1.  
তলত দিয়াবােৰৰ কোনটো অর্থবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্গত?

A. মানুহৰ সামাজিক কাম-কাজ

B. মানুহৰ নৈতিক কার্যকলাপ

C. মানুহৰ ৰাজনৈতিক কাম-কাজ

D. মানুহৰ অর্থনৈতিক কার্যকলাপ

Answer : Option D

View Answer

2.  
তলত দিয়া কোনটোৱে অর্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে?

A. টকা-পইচা

B. ধান-চাউল

C. সূৰ্যৰ তাপ

D. গাড়ী, মটৰ

Answer : Option C

View Answer

3.  
তলৰ কোনজন অর্থনীতিবিদৰ মতে অর্থবিজ্ঞান নিৰপেক্ষ বিজ্ঞান?

A. মাছেল

B. ৰবিন্স

C. পিণ্ড

D. আদাম স্মিথ

Answer : Option B

View Answer

4.  
অর্থবিজ্ঞানত উৎপাদন বুলিলে তলৰ কোনটোক বুজায় ?

A. বস্তৰ উপযােগিতা বৃদ্ধি বা সৃষ্টি কৰা

B. বস্তুৰ উপযােগিতা ধ্বংস কৰা

C. বস্তুৰ উপযােগিতা হ্রাস কৰা

D. স্তুৰ পৰিমাণ বৃদ্ধি কৰা

Answer : Option A

View Answer

5.  
অর্থবিজ্ঞানত উপযােগিতা বুলিলে তলৰ কোনটোক বুজায়?

A. বস্তুৰ পৰিমাণ

B. বস্তুৰ সংখ্যাক

C. বস্তুৰ অভাৱ পূৰণ কৰি সন্তুষ্টি দিব পৰা ক্ষমতাক

D. বস্তুৰ আকৃতিক

Answer : Option C

View Answer

6.  
তলত দিয়া কোনটো সম্পদৰ বৈশিষ্ট্য নহয়?

A. উপযােগিতা

B. উপকাৰিতা

C. দুলর্ভতা

D. বাহ্যিকতা

Answer : Option B

View Answer

7.  
তলৰ কোনটো সম্পদৰ অন্তৰ্গত নহয়?

A. কয়লা

B. ভূমি

C. কবিৰ কাব্যিক প্রতিভা

D. নাৰ্ছৰ সেৱা

Answer : Option C

View Answer

8.  
তলৰ কোনটো অর্থবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত নহয় ?

A. নদীৰ পানী

B. নুনমাটি তেল শােধনাগাৰ

C. ডাক্তৰৰ সেৱা

D. শিক্ষকৰ সেৱা

Answer : Option A

View Answer

9.  
তলৰ কোনটো অভাৱৰ বৈশিষ্ট্য নহয় ?

A. অভাৱ সীমাহীন

B. অভাৱৰ পুনৰাবৃত্তি ঘটে

C. প্রত্যেকটো গাইগুটীয়া অভাৱ সীমাবদ্ধ

D. সামূহিকভাৱে অভাৱবােৰ সীমিত

Answer : Option D

View Answer

10.  
তলৰ কোনটো প্রাকৃতিক দ্ৰব্যৰ বৈশিষ্ট্য বা গুণ নহয়?

A. এই দ্রব্যবিলাক মানুহে তৈয়াৰ কৰা নহয়

B. এই দ্রব্যৰ বাবে দাম দিব নালাগে

C. ইহঁতৰ যােগান প্রচুৰ

D. এই দ্ৰব্যৰ চাহিদা যােগানতকৈ বেছি

Answer : Option D

View Answer