10 ExamPoint | Assam Direct Recruitment MCQs

11.  
তলৰ কোনটো অর্থনৈতিক বস্তুৰ বৈশিষ্ট্য নহয়?

A. দ্রব্যবােৰ মানুহে প্ৰস্তুত কৰা

B. এইবােৰৰ যােগান সীমিত

C. এইবােৰৰ যােগান চাহিদাতকৈ বেছি

D. এইবােৰ মূল্য দিলেহে লাভ কৰিব পাৰি

Answer : Option C

View Answer

12.  
তলত দিয়া কোনটো দ্রব্য ভােগ্য সামগ্ৰীৰ অন্তৰ্গত?

A. ভাত

B. যন্ত্র

C. কলকজা

D. টকা-পইচা

Answer : Option A

View Answer

13.  
তলৰ কোনটো উৎপাদক সামগ্ৰীৰ অন্তৰ্গত নহয় ?

A. টকা-পইচা

B. চেনি

C. সাসৰঞ্জাম

D. মেচিন

Answer : Option B

View Answer

14.  
ৰবিন্সৰ মতে তলৰ কোনটো অর্থবিজ্ঞানত অধ্যয়ন কৰা নহয়?

A. মানুহৰ সীমাহীন অভাৱ

B. অভাৱ পূৰণৰ সীমিত আহিলাবােৰ

C. মানুহৰ নৈতিক আচৰণ

D. আহিলাবােৰ বিকল্প ব্যৱহাৰযােগ্য।

Answer : Option C

View Answer

15.  
দেশৰ জনসাধাৰণৰ প্রকৃত অর্থনৈতিক অৱস্থাৰ আভাষ তলৰ কোনটোৱে দিব পাৰে?

A. মুদ্রাগত আয়ৰ পৰিমাণ

B. বেংকত থকা সঞ্চয়ৰ পৰিমাণ

C. মুদ্রা বিনিময়ত পােৱ সেৱা আৰু দ্রব্যসামগ্রী

D. নগদ মুদ্ৰাৰ পৰিমাণ

Answer : Option C

View Answer

16.  
তলৰ কোনটোক অর্থবিজ্ঞানৰ মূল সমস্যা বােলা হয়

A. পছন্দতাৰ সমস্যা

B. বাসস্থানৰ সমস্যা

C. খাদ্যৰ সমস্যা

D. নিয়ােগৰ সমস্যা

Answer : Option A

View Answer

17.  
তলৰ কোনজন অর্থবিজ্ঞানীয়ে দিয়া অর্থনীতিৰ সংজ্ঞাক অধিক উন্নত বুলি ক'ব পাৰি?

A. আডাম স্মিথ

B. ৰবিন্স

C. মাছেল

D. ছেমুৱেলছন

Answer : Option D

View Answer

18.  
তলত দিয়া কার্যসমূহৰ কোনটো ভােগ নহয়?

A. চাহ একাপ হাতৰ পৰা পৰি যােৱা

B. গাখীৰ এগিলাচ খােৱা

C. কিতাপ পঢ়া

D. চিনেমা চোৱা

Answer : Option A

View Answer

19.  
তলৰ কোনটো ব্যষ্টিবাদী অর্থবিজ্ঞানৰ বিষয়বস্তু নহয় ?

A. বস্তু এটাৰ দাম নির্ধাৰণ

B. খাজনা নির্ধাৰণ

C. ৰাষ্ট্ৰীয় আয় নির্ধাৰণ

D. মজুৰি নিৰ্ধাৰণ

Answer : Option C

View Answer

20.  
তলৰ কোনটো অনা-আর্থিক কার্য?

A. ডাক্তৰে ৰােগী চোৱা কার্য

B. শিক্ষকৰ শ্ৰেণীত পাঠদান

C. পিতৃয়ে পুত্ৰক পঢ়োৱা

D. উকীলৰ সেৱা

Answer : Option C

View Answer