30 ExamPoint | Assam Direct Recruitment MCQs

31.  
অপূর্ণ প্রতিযােগিতামূলক বজাৰ বুলিলে তলৰ কোনখন বজাৰক নুবুজায়?

A. স্বল্পাধিকাৰ বজাৰ

B. দ্বয়াধিকাৰ বজাৰ

C. একাধিকাৰ প্রতিযােগিতামূলক বজাৰ

D. একচেটিয়া বজাৰ

Answer : Option D

View Answer

32.  
১৯৫১ চনৰ পৰা ভাৰতৰ আমদানিৰ পৰিমাণ

A. উচ্চ হাৰত বৃদ্ধি পাবলৈ ধৰে

B. একে হাৰত বৃদ্ধি হয়

C. অতি কম হাৰত বৃদ্ধি হয়

D. ক্রমহ্রাসমান হাৰত বাঢ়ে

Answer : Option A

View Answer

33.  
তলৰ কোনটো ভাৰতৰ আমদানি বৃদ্ধিৰ কাৰণ নহয়?

A. ঔদ্যোগিক আহিলাৰ আমদানি দ্রুতহাৰত বৃদ্ধি

B. খাদ্য-শস্যৰ আমদানিৰ বর্ধিত হাৰ

C. সঘনাই হােৱা তেলৰ মূল্য বৃদ্ধি

D. জনসাধাৰণৰ পছন্দৰ দ্রুত পৰিৱৰ্তন

Answer : Option D

View Answer

34.  
বিশ্বৰ মুঠ মাটিকালিৰ ভাৰতত থকা অংশ হ’ল

A. ২.৮ শতাংশ

B. ২.৯ শতাংশ

C. ২.৪ শতাংশ

D. ২.৫ শতাংশ

Answer : Option C

View Answer

35.  
স্বাধীনতাৰ ঠিক পিচৰ সময়ছােৱাত ভাৰতৰ ৰপ্তানিজাত দ্রব্যৰ তালিকাত থকা দ্রব্যবােৰ হ’ল

A. মৰাপাট, কপাহ, কাপােৰ, চাহপাত

B. কাপােৰ, চাহপাত, চামৰা, যন্ত্রপাতি

C. চামৰা, লােৰ আকৰ, বালিচন্দা, ফল

D. কফি, কেঁচা কপাহ, চাউল

Answer : Option A

View Answer

36.  
তলৰ কোনটো পূর্ণ প্রতিযােগিতামূলক বজাৰৰ বৈশিষ্ট্য নহয়?

A. অগণন কিনােতা আৰু বেচোতা

B. বজাৰত মুক্ত প্রৱেশ আৰু প্রস্থান

C. উপাদানসমূহৰ পূর্ণ গতিশীলতা

D. উপাদানসমূহৰ গতিশীলতাত বাধা প্রদান

Answer : Option D

View Answer

37.  
পূর্ণ প্রতিযােগিতামূলক বজাৰৰ প্ৰতিষ্ঠানৰ প্রান্তিক বিক্রী আয় ৰেখাড়াল

A. ওপৰৰ পৰা তলৰ সোঁহাতলৈ নিম্নগামী হয়

B. OX অক্ষৰ সমান্তৰাল হয়

C. তলৰ পৰা ওপৰৰ সোঁহাতলৈ উধ্বর্গামী হয়

D. OX অক্ষৰ ওপৰত লম্ব আকৃতিৰ হয়

Answer : Option B

View Answer

38.  
পূর্ণ প্রতিযােগিতামূলক বজাৰত প্ৰতিষ্ঠান এটাই

A. দাম গ্রহণ কৰােতা হিচাপে কার্য সম্পাদন কৰে

B. দাম নির্ধাৰণ কৰােতা হিচাপে কাম কৰে

C. দাম নির্ধাৰণত অৰিহণা যােগায়

D. A আৰু B দুয়ােটা হিচাপে কাম কৰে

Answer : Option A

View Answer

39.  
পূর্ণ প্রতিযােগিতামূলক বজাৰত বজাৰ দাম নির্ধাৰণত চাহিদা আৰু যােগানে

A. সমান ভূমিকা গ্রহণ কৰে

B. চাহিদাই সক্রিয় আৰু যােগানে নিষ্ক্রিয় ভূমিকা লয়

C. যােগানে চাহিদাতকৈ অধিক সক্রিয় ভূমিকা লয়

D. যােগান আৰু চাহিদা উভয়ে সক্রিয় ভূমিকা লয়

Answer : Option B

View Answer

40.  
উপ-স্বাভাৱিক দাম নিৰ্ধাৰণ কৰােতে ব্যৱহাৰ হােৱা যােগান ৰেখাৰ পৰিৱৰ্তন কৰিব পাৰি কেৱল

A. পৰিবর্তনশীল উৎপাদন ব্যয়ৰ উপাদানৰ পৰিৱৰ্তনৰ দ্বাৰা

B. স্থিৰ ব্যয়ৰ উপাদানৰ পৰিৱ

C. পাৰবৰ্তনশীল আৰু স্থিৰ ব্যয়ৰ উপাদানৰ পৰিৱৰ্তনৰ দ্বাৰা

D. উদ্যোগৰ পৰিসৰৰ পৰিৱর্তনৰ দ্বাৰা

Answer : Option A

View Answer