50 ExamPoint | Assam Direct Recruitment MCQs

51.  
পাইকাৰী বজাৰত বিক্রেতাই বজাৰৰ কোনটো বিষয়ৰ ওপৰত গুৰুত্ব নািদমে

A. বজাৰৰ আকাৰ

B. বজাৰৰ ক্ৰেতাৰ সংখ্যা

C. বজাৰৰ অৱস্থান (Location)

D. বজাৰৰ দ্ৰব্যৰ গুণ

Answer : Option C

View Answer

52.  
খুচুৰা বজাৰ বুলিলে তলৰ কোনটোক বুজায় ?

A. বস্তুৰ দাম তুলনামূলক ভাবে কম

B. বস্তুৰ দাস তুলনামূলক ভাবে বােধ

C. বস্তুৰ দাম বহুত বেছি

D. বস্তুৰ দাম বহুত কম

Answer : Option B

View Answer

53.  
খুচুৰা বজাৰৰ বিক্রেতাই বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ বাবে কোনবিধ ব্যয়ত গুৰুত্ব দিয়ে?

A. পৰিবহণ ব্যয়

B. বিজ্ঞাপন ব্যয়

C. হৰণ-ভগনৰ ব্যয়

D. প্রান্তিক ব্যয়

Answer : Option B

View Answer

54.  
খুচুৰা বজাৰত বস্তুবােৰ বিশেষকৈ কাৰ ওচৰত বিক্ৰী কৰা হয় ?

A. ব্যৱসায় প্রতিষ্ঠান

B. মধ্যস্থতাকাৰী লােক

C. সর্বশেষ উপভােক্তা

D. ডাঙৰ ব্যৱসায়ী

Answer : Option C

View Answer

55.  
তলৰ কোনটো খুচুৰা বজাৰৰ ক্ষেত্ৰত প্রযােজ্য হয়?

A. কম পৰিমাণত বস্তু বিক্রী

B. বৃহৎ পৰিমাণত বস্তু বিক্রী

C. অতি ক্ষুদ্র পৰিমাণত বস্তু বিক্ৰী

D. মজলীয়া পৰিমাণত বস্তু বিক্ৰী

Answer : Option A

View Answer

56.  
তলৰ কোনটো বিষয়ৰ ওপৰত খুচুৰা বজাৰৰ বিক্রেতাই গুৰুত্ব প্রদান নকৰে?

A. বজাৰৰ ক্ৰেতাৰ সংখ্যা

B. বজাৰৰ অৱস্থান (Location)

C. বজাৰৰ সুনাম

D. বজাৰত থকা মধ্যস্থতাকাৰীৰ সংখ্যা

Answer : Option D

View Answer

57.  
তলৰ কোনটো দ্ৰব্যৰ বিনিময় প্রথাৰ অসুবিধাৰ অন্তৰ্গত নহয় ?

A. অভাৱৰ সামঞ্জস্যহীনতা

B. বস্তুৰ অবিভাজ্যতা

C. সঞ্চয়ৰ অসুবিধা

D. বস্তু ভােগ কৰাৰ অসুবিধা

Answer : Option D

View Answer

58.  
তলৰ কোনটোক মুদ্ৰাৰ বৈশিষ্ট্যৰ অন্তর্ভুক্ত বুলিব নােৱাৰি?

A. সাধাৰণ গ্রহণযােগ্যতা

B. সমগুণ বিশিষ্টতা

C. বিভাজ্যতা

D. মূল্যৰ অস্থিৰতা

Answer : Option D

View Answer

59.  
মুদ্ৰাৰ কার্য হিচাপে তলৰ কোনটোক গণ্য কৰিব নােৱাৰি?

A. মূল্যৰ জোখ

B. বিনিময়ৰ মাধ্যম

C. মূল্যৰ হৰণ-ভগন

D. স্থগিত দেনা-পাওনাৰ মান

Answer : Option C

View Answer

60.  
প্রকৃত মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

A. দেশ এখনৰ প্রচলিত মুদ্রা

B. দেশৰ মানুহৰ হাতত থকা মুদ্রা

C. দেশৰ বেংকসমূহত জমা থকা মুদ্রা

D. মানুহে সঞ্চয় হিচাপে ৰখা মুদ্রা

Answer : Option A

View Answer