70 ExamPoint | Assam Direct Recruitment MCQs

71.  
ইউনিট ট্রাষ্ট অব্ ইণ্ডিয়া স্থাপন হােৱা চনটো কি?

A. ১৯৬৬

B. ১৯৬৭

C. ১৯৬৪

D. ১৯৬৮

Answer : Option C

View Answer

72.  
তলৰ কোনটো ICICIৰ কাৰ্য নহয় ?

A. বিভিন্ন শ্রেণীৰ উদ্যোগলৈ ঋণ প্রদান কৰা

B. বিদেশী মুদ্ৰাৰ মাধ্যমত লােৱা ঋণৰ জামিন হিচাপে কাম কৰা

C. দেশৰ ভিতৰত আৰু বাহিৰত থকা ব্যক্তিগত মূলধনৰ সংগ্রহ

D. উদ্যোগৰ কৰ্মচাৰীসকলক প্রশিক্ষণ প্রদান কৰা

Answer : Option D

View Answer

73.  
তলৰ কোনটো অসংগঠিত বিত্তীয় অনুষ্ঠান নহয় ?

A. হায়াৰ পাৰছেজ ফাইনেঞ্চ কোম্পানী

B. চিট ফান্দ

C. নিধিজ

D. জি আই চি

Answer : Option D

View Answer

74.  
উন্নয়ন বেংকসমূহক প্রধানকৈ কেইটা ভাগত ভগােৱা হয়?

A. দুটা

B. তিনিটা

C. চাৰিটা

D. সাতটা

Answer : Option A

View Answer

75.  
বাণিজ্যিক বেংকসমূহে

A. স্বকালীন ঋণ প্রদান কৰে

B. দীর্ঘকালীন ঋণ প্রদান কৰে

C. দীর্ঘকালীন আৰু হ্রস্বকালীন ঋণ প্রদান কৰে

D. হ্রস্বকালীন আৰু মধ্যকালীন ঋণ প্রদান কৰে

Answer : Option D

View Answer

76.  
হিচাপ-নিকাচৰ মুদ্ৰা বুলিলে কোনটোক বুজায় ?

A. সকললাধৰণৰ হিচাপ আৰু লেন-দেন কার্য সম্পাদন কৰােতে ব্যৱহাৰ হােৱা মুদ্রা

B. বাহ্যিক মুল্য আভ্যন্তৰীণ মূল্যতকৈ কম হােৱা মুদ্রা

C. অন্তর্নিহিত আৰু বাহ্যিক মুল্য সমান হােৱা মুদ্রা

D. দেশীয় বস্তুৰ বিনিময়ত ব্যৱহাৰ হােৱা মুদ্রা

Answer : Option A

View Answer

77.  
বেয়া মুদ্রাই বজাৰত প্রচলিত ভাল মুদ্রাক বহিষ্কাৰ কৰে বুলি কোৱা অর্থনীতিবিদজন কোন?

A. গ্ৰেচাম

B. মাৰ্ছেল

C. ৰবিন্স

D. আডাম স্মিথ

Answer : Option A

View Answer

78.  
তলৰ কোনবিধ প্রাকৃতিক সম্পদৰ অন্তৰ্গত নহয়

A. ভূমি

B. বৰষুণৰ পানী

C. মীন মহল

D. বস্ত্ৰ

Answer : Option D

View Answer

79.  
প্রাকৃতিক সম্পদৰাজিৰ প্ৰধান উৎস তিনিৰিধ হ'ল

A. ভূ-পৃষ্ঠ, ভূগর্ভ আৰু বায়ুমণ্ডল

B. ভুপৃষ্ঠ, ভূগর্ভ আৰু পৰ্বত-পাহাৰ

C. ভূপৃষ্ঠ, ভূগর্ভ আৰু জলজ সম্পদ

D. ভূপৃষ্ঠ, পৰ্বত-পাহাৰ আৰু জলজ সম্পদ

Answer : Option C

View Answer

80.  
প্রাকৃতিক সম্পদত দুখীয়া অথচ অর্থনৈতিকভাৱে শক্তিশালী এখন দেশ হ'ল

A. জাপান

B. দক্ষিণ আফ্রিকা

C. ভাৰত

D. অষ্ট্রেলিয়া

Answer : Option A

View Answer