60 ExamPoint | Assam Direct Recruitment MCQs

61.  
বিহিত মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

A. যিবােৰ মুদ্ৰাৰ গ্রহণযােগ্যতা আইনসন্মত

B. যিবােৰৰ গ্রহণযােগ্যতা আইনসন্মত নহয়

C. যিবােৰ মানুহে গ্ৰহণ নকৰিবও পাৰে

D. যিবোেৰ গ্ৰহণ নকৰিলে আইনসন্মত ব্যৱস্থা লােৱাৰ কোনাে সুবিধা নাই

Answer : Option A

View Answer

62.  
তলৰ কোনটো কেন্দ্রীয় বেংকৰ কাৰ্যৰ অন্তৰ্গত নহয়?

A. কাগজী মুদ্রা প্রচলন

B. ঋণগত মুদ্ৰাৰ সৃষ্টি

C. ঋণ নিয়ন্ত্রণ

D. চৰকাৰৰ বেংক

Answer : Option B

View Answer

63.  
বাণিজ্যিক বেংকৰ কার্য হিচাপে তলৰ কোনটোক গণ্য কৰিব নােৱাৰি?

A. সঞ্চয় সংগ্রহ

B. ঋণ প্রদান

C. আমানত মুদ্ৰাৰ সৃষ্টি

D. কাগজী মুদ্রা ছপপাৱা

Answer : Option D

View Answer

64.  
কলা মুদ্ৰা বুলিলে তলৰ কোনটোক বুজায় ?

A. অপৰাধৰ ফলশ্ৰুতিত সৃষ্টি হােৱা মুদ্রা

B. বেংকৰ চেকৰ জৰিয়তে সৃষ্টি কৰা মুদ্রা

C. বাণিজ্যিক বেংকে সৃষ্টি কৰা আমানত মুদ্রা

D. কেন্দ্রীয় বেংকে ছােৱা কাগজী মুদ্রা

Answer : Option A

View Answer

65.  
বাণিজ্যিক বেংকৰ ঋণগত মুদ্রা সৃষ্টি কৰাৰ মূল ভেটি কি?

A. জনসাধাৰণে জমা ৰখা প্রাথমিক বা নিষ্ক্রিয় আমানত

B. বেংকে প্রদান কৰা ঋণৰ পৰিমাণ

C. বেংকে লাভ কৰা সুদৰ পৰিমাণ

D. বেংকে পূর্বে প্ৰদান কৰা ঋণৰ পৰিমাণ

Answer : Option A

View Answer

66.  
প্রতীক মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

A. যি মুদ্ৰাৰ বাহ্যিক মূল্য ইয়াৰ অন্তনিহিত মূল্যতকৈ বেছি

B. যাৰ বাহ্যিক আৰু অন্তনিহিত মূল্য পৰস্পৰে পৰস্পৰৰ সমান

C. যাৰ বাহ্যিক মূল্য অন্তনিহিত মূল্যতকৈ কম

D. যাৰ বাহ্যিক মূল্য অন্তিনিহিত মূল্যৰ ঠিক দুগুণ হয়

Answer : Option A

View Answer

67.  
মান মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

A. ধাতুৰে নির্মিত মুদ্রা, যাৰ বাহ্যিক মূল্য আৰু অন্তর্নিহিত মূল্য সমান

B. ধাতুৰ মুদ্রা, যাৰ অন্তনিহিত মূল্য বাহ্যিক মূল্যতকৈ বেছি

C. ধাতুৰ মুদ্রা, যাৰ অন্তনিহিত মূল্য, বাহ্যিক মুল্যতকৈ কম

D. কাগজী মুদ্রা, যাৰ বাহ্যিক মূল্য আৰু অন্তনিহিত মূল্য সমান

Answer : Option A

View Answer

68.  
বস্তু মুদ্রা হল

A. মানুহে মুদ্রা হিচাপে ব্যৱহাৰ কৰা বস্তু

B. মানুহে ব্যৱহাৰ কৰিবলৈ সংগ্রহ কৰা বস্তুৰ সংখ্যা

C. মানুহে বস্তুৰ বিনিময়ত গ্ৰহণ কৰা বস্তুৰ পৰিমাণ

D. মানুহে ভৱিষ্যতলৈ মজুত কৰি ৰখা বস্তুৰ পৰিমাণ

Answer : Option A

View Answer

69.  
বেংক বুলিলে তলৰ কোনটোক বুজায় ?

A. এটা অনুষ্ঠানক বুজায় যিয়ে মুদ্রা ধাৰ লয়

B. এটা বিত্তীয় অনুষ্ঠান, যিয়ে মুদ্রা জমা ৰাখে আৰু ঋণ প্রদান কৰে

C. এটা অনুষ্ঠান যিয়ে অকল অনুষ্ঠানৰ মুদ্রা জমা ৰাখে

D. এটা অনুষ্ঠান, যিয়ে অকল জনসাধাৰণৰ মুদ্ৰা জমা ৰাখে

Answer : Option B

View Answer

70.  
তলৰ কোনটো কেন্দ্রীয় বেংকৰ ঋণ নিয়ন্ত্রণ পদ্ধতি নহয় ?

A. সুদৰ হাৰ

B. মুকলি বজাৰত ঋণ প্রদান, ক্রয়-বিক্রয়

C. বাছনিমূলক ঋণ নিয়ন্ত্রণ

D. ঋণৰ পৰিমাণৰ সংকোচন

Answer : Option D

View Answer