80 ExamPoint | Assam Direct Recruitment MCQs

81.  
তলৰ কোনবিধ সম্পদ নবিৰণ অযােগ্য

A. খনিজ সম্পদ

B. জলজ সম্পদ

C. সৌৰশক্তি

D. বনজ সম্পদ

Answer : Option A

View Answer

82.  
ভাৰতবৰ্ষৰ মাটিকালি বিশ্বৰ মুঠ মাটিকালিৰ

A. এক শতাংশ

B. ২.৪ শতাংশে

C. তিনি শতাংশ

D. ৪.২ শতাশে

Answer : Option B

View Answer

83.  
ভাৰতবৰ্ষত জনমূৰি খেতি মাটিৰ পৰিমাণ

A. ০.২৬ হেক্টৰ

B. ১.৭ হেক্টৰ

C. ৩.৭ হেক্টৰ

D. ২.৬ হেক্টর

Answer : Option A

View Answer

84.  
ভাৰতবৰ্ষৰ ভৌগােলিক এলেকাৰ বনাঞ্চল হল

A. ১৩ শতাংশ

B. ১৭ শতাংশে

C. ২৩ শতাংশ

D. ২৭ শতাংশ

Answer : Option C

View Answer

85.  
নাইকা উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান

A. প্ৰথম

B. দ্বিতীয়

C. তৃতীয়

D. চতুর্থ

Answer : Option A

View Answer

86.  
ভাৰতবৰ্ষৰ মুঠ ৰপ্তানিৰ সাগৰেদি সৰবৰাহ হয়

A. ৭০ শতাংশ

B. ৪০ শতাংশ

C. ৮১ শতাংশ

D. ৯৫ শতাংশ

Answer : Option D

View Answer

87.  
জোৱাৰ শক্তি ব্যৱহাৰ কৰা এখন দেশ হ’ল

A. ফ্রান্স

B. চীন

C. ভাৰত

D. বাংলাদেশ

Answer : Option A

View Answer

88.  
অসমৰ মুঠ ভৌগােলিক এলেকা ভাৰতবৰ্ষৰ মুঠ ভৌগােলিক এলেকাৰ

A. ১.৫ শতাংশ

B. ১.৯ শতাংশ

C. ২.৩ শতাংশ

D. ওপৰৰ এটাও নহয়

Answer : Option C

View Answer

89.  
নতুন খনিজ সম্পদ নীতি ১৯৯৩ ৰ উদ্দেশ্য হল

A. বেচৰকাৰী বিনিয়োেগৰ প্ৰবাহক উদগনি দিয়া

B. তেৰবিধ খনিজ সম্পদক বেচৰকাৰী খণ্ডৰ বাবে মুক্ত কৰি দিয়া

C. খনিজ সম্পদৰ সম্ভাৱনাসমূহৰ অনুসন্ধান কার্যত উদগনি দিয়া

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

90.  
উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ মাটি কালিৰ পৰিমাণ গােটেই ভাৰতৰ মুঠ মাটিকালিৰ

A. ৫ শতাংশ

B. ৫.৭ শতাংশ

C. ৭.৭ শতাংশ

D. ৮.১ শতাংশ

Answer : Option C

View Answer