91. উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বননিৰ সংৰক্ষিত বনাঞ্চল হল
A. এক তৃতীয়াংশ
B. দুই তৃতীয়াংশ
C. এক চতুর্থাংশ
D. এক পঞ্চমাংশ
View Answer
92. তলৰ কোনটো নতুন বন নীতি, ১৯৮৮ৰ উদ্দেশ্য নাছিল
A. বনজ ভিত্তিক উদ্যোগ নিৰুৎসাহ কৰা
B. বন বিভাগক ব্যক্তিগত খণ্ডৰ পৰা মুক্ত কৰা
C. বন বিভাগত চৰকাৰী হস্তক্ষেপকৰণ উঠাই দিয়া
D. বনজ উদ্যোগৰ বাহিৰে অন্য উদ্যোগত বনজ সম্পদ ব্যৱহাৰ নিষিদ্ধ কৰা
View Answer
93. এছিয়াত মৎস্য উৎপাদনত জাপানে ৪৩ শতাংশ যােগান ধৰাৰ বিপৰীতে ভাৰতে যােগান ধৰে মাত্র
A. ৯ শতাংশ
B. ১২ শতাংশ
C. ২১ শতাংশ
D. ২৩ শতাংশ
View Answer
94. ভাৰতে পঞ্চবার্ষিক পৰিকল্পনাত মীন উৎপাদনত অধিক অগ্রাধিকাৰ দিয়াৰ কাৰণ হ'ল
A. ভাৰতত নদনদীৰ সংখ্যা সর্বাধিক
B. বৈদেশিক মুদ্ৰাৰ ভঁৰাল চহকী কৰা
C. ভাৰতীয়ৰ খাদ্যাভাসত থকা প্ৰটিন অভাৱৰ হাৰ হ্রাস কৰা
D. Bআৰু C দুয়ােটা
View Answer
95. তলৰ কোনটো অশুদ্ধ
A. প্রাকৃতিক সম্পদ উৎপাদন কৰা নহয়
B. প্রাকৃতিক সম্পদ প্ৰকৃতিৰ মুক্তদান
C. প্রাকৃতিক সম্পদ উদঘাটন কৰা হয়
D. প্রাকৃতিক সম্পদৰ সহায়ত অন্য সম্পদ সৃষ্টি কৰিব নােৱাৰি
View Answer
96. তলৰ কোনখন ঠাই অসমৰ কয়লাক্ষেত্ৰ নহয়
A. দুলীয়াজান
B. মাকুম
C. চৰাইপুঞ্জ
D. তৰাজান
View Answer
97. তলৰ কোনটো প্রকল্প ব্যক্তিগত খণ্ডৰ
A. বাছকাণ্ডী শক্তি প্রকল্প
B. BRPL
C. OIL
D. ONGC
View Answer
98. অসমৰ মুঠ ভৌগলিক অঞ্চলৰ চৰকাৰৰ শ্রেণীভুক্ত বনাঞ্চলৰ অংশ হল
A. 27.4 শতাংশ
B. 28.9 শতাংশ
C. 25.3 শতাংশ
D. 22.5 শতাংশ
View Answer
99. মানৱ সম্পদ উন্নয়ন মানে হ'ল
A. জনসংখ্যা বৃদ্ধি
B. সম্পদ বৃদ্ধি
C. দৰিদ্রতা হ্রাস
D. আর্থিক উন্নয়নৰ লগতে অন্যান্য দিশসমূহৰ উন্নয়ন
View Answer
100. মানৱ সম্পদ উন্নয়নৰ বাবে নিবনুৱাৰ সংখ্যা আৰু নিৰিখ
A. হ্রাস পােৱাৰ সম্ভাৱনা থাকে
B. বৃদ্ধি পােৱাৰ সম্ভাৱনা থাকে
C. স্থিৰ থাকে
D. শূন্য হ'ব
View Answer