অর্থনীতি (Economics ) MCQ MCQ
111.
১৯৯১-২০০১ চনৰ ভিতৰত ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ল
112.
View Answer
তলৰ কোনটো জনসংখ্যাধিক্য দেশৰ বৈশিষ্ট্য নহয়
A. প্রাকৃতিক দুর্যোগ
B. দৰিদ্ৰতাৰ দুষ্ট চক্র
C. সার্বজনীন বিবাহ
D. খাদ্যৰ নাটনি
Answer : Option A
113.
View Answer
তলৰ কোনটো ভাৰতবৰ্ষৰ পৰিয়াল কল্যাণ আঁচনিৰ উপায় নহয়
A. বন্ধ্যাকৰণ
B. IUD ৰ ব্যৱহাৰ
C. জন্মনিৰােধক ব্যৱস্থাৱলীৰ ব্যৱহাৰ
D. শিশু মৃত্যুৰ হাৰ বৃদ্ধিকৰণ
Answer : Option D
114.
মানৱ মূলধনৰ উৎস হল
115.
জনসংখ্যাৰ দ্রুত বৃদ্ধিয়ে, আশ্রিত (dependents) ৰ সংখ্যা
116.
তলৰ কোনখন ৰাজ্যত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা অধিক
117.
১৯৭৬ চনৰ পিচত কেতিয়া ভাৰতবৰ্ষত নতুন জনসংখ্যা নীতি গ্রহণ কৰা হয়
118.
View Answer
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জনসংখ্যা নীতি, ২০০০ৰ প্রধান উদ্দেশ্য হল
A. জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰা
B. স্ত্রী শিক্ষাৰ প্ৰচলন কৰা
C. মুঠ প্রজনন হাৰক পুনঃস্থাপন মানত (replacement) হ্রাস কৰা
D. বন্ধ্যাকৰণ বাধ্যতামূলক কৰা
Answer : Option C
119.
View Answer
জন্মহাৰ হ’ল
A. (জন্মৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০
B. (জন সংখ্যা/মুঠ জনৰ সংখ্যা) x ১০০
C. (জন্মৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০০
D. (জন্ম সংখ্যা/মুঠ জন্মৰ সংখ্যা) x ১০০০
Answer : Option C
120.
View Answer
মৃত্যুৰ হাৰ হ'ল
A. (মৃত্যুৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০০
B. (মৃত্যুৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০
C. (জনসংখ্যা/মৃত্যুৰ সংখ্যা) x ১০০০
D. (জন্মৰ সংখ্যা/মৃত্যুৰ সংখ্যা) x ১০০
Answer : Option A