অর্থনীতি (Economics ) MCQ MCQ
131.
ভাৰত চৰকাৰে কোঠাৰী আয়ােগ’ৰ পৰামশাৱলীৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি’ঘােষণা কৰে
132.
View Answer
তলৰ কোনটো ব্যৱস্থা ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি’ৰ অন্তৰ্গত
A. চৈধ্য বছৰ বয়সলৈকে শিশুক বিনামূলীয়া শিক্ষা প্রদান কৰা
B. শিক্ষকৰ পাৰিতােষিকৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ মানদন্ড বৃদ্ধি কৰা
C. ৰাষ্ট্ৰীয় একতাৰ প্রতি লক্ষ্য ৰাখি ত্রিভাষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা
D. ওপৰৰ আটাইকেইটা
Answer : Option D
133.
View Answer
সাক্ষৰতাৰ প্রধান নির্ণয়কাৰী উপাদান হল
A. শিক্ষাৰ প্রতি আগ্রহ
B. শিকাৰ সামৰ্থ
C. শিক্ষানুষ্ঠান
D. ওপৰৰ আটাইকেইটা
Answer : Option D
134.
(৭ বছৰ ওপৰৰ সাক্ষৰ লােকৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০ = ?
135.
প্রতি হাজাৰ শিশুৰ ভিতৰত এবছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যা ৫ আৰু জীৱিত শিশুৰ সংখ্যা ১০০ হলে শিশুৰ মৃত্যুৰ হাৰ হ'ব
137.
View Answer
জনসংখ্যা ঘনত্ব নির্ণয় কৰে
A. জলবায়ু
B. অর্থনৈতিক উন্নয়নৰ হাৰ
C. আর্থিক সম্পদৰাজি
D. ওপৰৰ আটাইকেইটা
Answer : Option D
138.
আশ্রিত অনুপাত = ( ?/অর্থনৈতিকভাৱে সক্রিয় জনসংখ্যা) x ১০০
139.
পুৰুষৰ প্রত্যাশিত আয়ুসতকৈ মহিলাৰ প্রত্যাশিত আয়ুস
140.
View Answer
তলৰ কোনটো অর্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্য
A. আত্মনিৰ্ভৰশীলতা অর্জন
B. কর্মসংস্থান দূৰ কৰা
C. আধুনিকীকৰণ কৰা
D. ওপৰৰ আটাইকেইটা
Answer : Option D