150 ExamPoint | Assam Direct Recruitment MCQs

151.  
ৰাষ্ট্ৰীয় গ্রাম্য নিয়োেগ আঁচনি’কোনখন পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল

A. দ্বিতীয়

B. তৃতীয়

C. পঞ্চম

D. ষষ্ঠ

Answer : Option D

View Answer

152.  
চৰকাৰী ৰাজহৰ বৃহৎ উৎস হ’ল

A. প্রত্যক্ষ কৰ

B. পৰােক্ষ কৰ

C. সুদ

D. মাচুল

Answer : Option B

View Answer

153.  
মুদ্রাস্মীতি নিয়ন্ত্ৰণৰ বাবে কোনটো প্রয়ােজনীয়

A. কৰ বৃদ্ধি

B. চৰকাৰী ব্যয় হ্রাস

C. উদ্বৃত্ত বাজেট

D. ওপৰৰ আটাইবােৰ

Answer : Option C

View Answer

154.  
অর্থনীতিৰ অন্যতম প্রয়ােজনীয় বৈশিষ্ট্য হ’ল অর্থনৈতিক পৰিকল্পনা

A. মিশ্র

B. দ্বৈত

C. সমাজবাদী

D. পুঁজিবাদী

Answer : Option C

View Answer

155.  
তলৰ কোনখন পঞ্চবার্ষিক পৰিকল্পনা ‘Mahalanabis Strategy of Development’ ৰ ওপৰত ভিত্তি কৰি নীতি-নির্ধাৰণ কৰা হৈছিল

A. প্রথম

B. দ্বিতীয়

C. চতুর্থ

D. সপ্তম

Answer : Option B

View Answer

156.  
ভাৰতৰ তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাত কোনটো খণ্ডত অত্যধিক গুৰুত্ব দিয়া হৈছিল

A. কৃষি

B. উদ্যোগ

C. সেৱা

D. শক্তি

Answer : Option A

View Answer

157.  
ভাৰতৰ কোনখন পঞ্চবার্ষিক পৰিকল্পনাত গধুৰ উদ্যোগৰ ওপৰত অগ্রাধিকাৰ দিয়া হৈছিল

A. দ্বিতীয়

B. চতুর্থ

C. পঞ্চম

D. সপ্তম

Answer : Option A

View Answer

158.  
তলৰ কোনটো শুদ্ধ

A. বাজেট হৈছে কোনো নির্দিষ্ট চৰকাৰৰ সম্ভাব্য ৰাজহ আৰু প্ৰস্তাবিক ব্যয়ৰ এক বিৱৰণী

B. বাজেট এক নির্দিষ্ট সময়ৰ কাৰণে প্ৰস্তুত কৰা হয়

C. বাজেটে দেশৰ কাৰ্যপালিকাৰ অনুমোদন লাভ কৰাটো প্রয়োজন

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

159.  

160.  