170 ExamPoint | Assam Direct Recruitment MCQs

171.  
এচিয়ান উন্নয়ন বেংক (ADB)ৰ মূখ্য কাৰ্যালয় থকা ঠাইখন হ'ল

A. চিঙ্গাপুৰ

B. বেংকক

C. মনিলা

D. টাইপেই

Answer : Option C

View Answer

172.  
ভাৰতৰ জাতীয় উন্নয়ন পৰিষদৰ মুৰব্বীজন কোন

A. প্রধান মন্ত্রী

B. গৃহমন্ত্রী

C. বিত্তমন্ত্রী

D. পৰিকল্পনা আয়ােগৰ অধ্যক্ষ

Answer : Option A

View Answer

173.  
তলৰ কোনটোৰ আধাৰত জাতীয় আয় গণনা কৰা হয়

A. উৎপাদনৰ উপাদানৰ প্রবাহ

B. বস্তু আৰু সেৱাৰ প্রৱাহ

C. সমগ্র ব্যয়ৰ প্রবাহ

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

174.  
এক টকাৰ ওপৰৰ সকলােবােৰ নােট আৰু মুদ্রা ছপা কৰা অনুষ্ঠানটো হ’ল

A. ভাৰতৰ ৰিজাৰ্ভ বেংক

B. বিত্ত মন্ত্রালয়

C. ষ্টেট বেংক

D. ভাৰত চৰকাৰ

Answer : Option A

View Answer

175.  
আঞ্চলিক গ্রামীণ বেংক কেতিয়া স্থাপন হৈছিল

A. ১৯৭৫

B. ১৯৭৬

C. ১৯৮২

D. ১৯৮৩

Answer : Option A

View Answer

176.  
বত্তীয় আয়ােগৰ কার্যকাল কেইবছৰ

A. ৫ বছৰ

B. ৬ বছৰ

C. ৭ বছৰ

D. ৮ বছৰ

Answer : Option A

View Answer

177.  
কোন চনত ভাৰতবৰ্ষৰ ১৮ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়

A. ১৯৫১ চনত

B. ১৯৬২ চনত

C. ১৯৬৯ চনত

D. ওপৰৰ এটাও নহয়

Answer : Option C

View Answer

178.  
তলৰ কোনটো পদ্ধতিৰে জাতীয় আয় গণনা কৰিব পাৰি

A. আয় পিয়ল পদ্ধতি

B. ব্যয় পিয়ল পদ্ধতি

C. উৎপাদন পিয়ল পদ্ধতি

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

179.  
The Framework in Indian Economics ৰ লিখক

A. মহালনবিশ্‌

B. নাওৰােজী

C. টি. আৰ. দেশাই

D. হিক্‌চ, মুখার্জী আৰু ঘােষ

Answer : Option D

View Answer

180.  
জাতীয় আয় গণনা কৰাত অসুবিধা হল

A. মিশ্রিত আয়

B. কেতবােৰ সেৱা কাৰ্য্য গণনাৰ পৰা বাদ

C. উৎপাদনৰ গােটেইবােৰ বজাৰলৈ নাহে

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer