অর্থনীতি (Economics ) MCQ MCQ
171.
এচিয়ান উন্নয়ন বেংক (ADB)ৰ মূখ্য কাৰ্যালয় থকা ঠাইখন হ'ল
172.
View Answer
ভাৰতৰ জাতীয় উন্নয়ন পৰিষদৰ মুৰব্বীজন কোন
A. প্রধান মন্ত্রী
B. গৃহমন্ত্রী
C. বিত্তমন্ত্রী
D. পৰিকল্পনা আয়ােগৰ অধ্যক্ষ
Answer : Option A
173.
View Answer
তলৰ কোনটোৰ আধাৰত জাতীয় আয় গণনা কৰা হয়
A. উৎপাদনৰ উপাদানৰ প্রবাহ
B. বস্তু আৰু সেৱাৰ প্রৱাহ
C. সমগ্র ব্যয়ৰ প্রবাহ
D. ওপৰৰ আটাইকেইটা
Answer : Option D
174.
এক টকাৰ ওপৰৰ সকলােবােৰ নােট আৰু মুদ্রা ছপা কৰা অনুষ্ঠানটো হ’ল
175.
আঞ্চলিক গ্রামীণ বেংক কেতিয়া স্থাপন হৈছিল
176.
বত্তীয় আয়ােগৰ কার্যকাল কেইবছৰ
177.
কোন চনত ভাৰতবৰ্ষৰ ১৮ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়
178.
View Answer
তলৰ কোনটো পদ্ধতিৰে জাতীয় আয় গণনা কৰিব পাৰি
A. আয় পিয়ল পদ্ধতি
B. ব্যয় পিয়ল পদ্ধতি
C. উৎপাদন পিয়ল পদ্ধতি
D. ওপৰৰ আটাইকেইটা
Answer : Option D
179.
View Answer
The Framework in Indian Economics ৰ লিখক
A. মহালনবিশ্
B. নাওৰােজী
C. টি. আৰ. দেশাই
D. হিক্চ, মুখার্জী আৰু ঘােষ
Answer : Option D
180.
View Answer
জাতীয় আয় গণনা কৰাত অসুবিধা হল
A. মিশ্রিত আয়
B. কেতবােৰ সেৱা কাৰ্য্য গণনাৰ পৰা বাদ
C. উৎপাদনৰ গােটেইবােৰ বজাৰলৈ নাহে
D. ওপৰৰ আটাইকেইটা
Answer : Option D