অর্থনীতি (Economics ) MCQ MCQ
181.
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিসাংখ্যিক সংগঠন (CSO)গঠন হয়
182.
View Answer
তলৰ কোনটো কাৰণত ভাৰতবৰ্ষৰ জাতীয় আয় বৃদ্ধিৰ হাৰ মন্থৰ হৈছে
A. জনসংখ্যা দ্রুত বৃদ্ধি
B. কৃষিৰ ওপৰত অত্যাধিক নির্ভৰশীলতা আৰু কৃষি খণ্ডৰ নিম্ন উৎপাদন ক্ষমতা
C. কৃষি বহির্ভুত খণ্ডৰ দ্রুত উন্নয়ণৰ অভাৱ
D. ওপৰৰ আটাইকেইটা
Answer : Option D
183.
View Answer
ভাৰতবৰ্ষৰ জাতীয় আয় গণনাত কোনটো পদ্ধতি ব্যৱহাৰ কৰা নহয়
A. আয় পিয়ল পদ্ধতি
B. ব্যয় পিয়ল পদ্ধতি
C. উৎপাদন পিয়ল পদ্ধতি
D. ওপৰৰ এটাও নহয়
Answer : Option B
184.
View Answer
স্বাধীননাওৰ ভাৰতবৰ্ষত জাতীয় আয়ৰ অধ্যয়ন কৰা প্ৰথমখন সমিতিৰ অধ্যক্ষ আছিল
A. নাওৰােজি
B. ভি. কে. আৰ. ভি. ৰাও
C. পি. চি. মহালনবিশ্
D. ডি. আৰ. গেদ্গিল
Answer : Option C
185.
NEC ত অন্তর্ভুক্ত মুঠ ৰাজ্যৰ সংখ্যা হল
186.
উত্তৰ-পূৱ পৰিষদ (NEC) কিমান চনত গঠন হয়?
187.
উত্তৰ-পূৱ পৰিষদৰ (NEC)ৰ মুখ্য কাৰ্যালয়
188.
View Answer
উত্তৰ পূৱ পৰিষদৰ মুখ্য উদ্দেশ্য হল
A. অসমৰ ৰাজ্যিক আয় বৃদ্ধি কৰা
B. উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ বিত্তীয় সাহাৰ্য্য প্রদান কৰা
C. উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমস্যাৰাজি আঁতৰ কৰা
D. উত্তৰ পূৰ্বাঞ্চলৰ অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰা।
Answer : Option D
189.
উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম (নেড্ফি) গঠন হৈছিল
190.
নেড়ফিৰ মুখ্য কাৰ্যালয়