180 ExamPoint | Assam Direct Recruitment MCQs

181.  
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিসাংখ্যিক সংগঠন (CSO)গঠন হয়

A. ১৯৫১

B. ১৯৫৭

C. ১৯৭১

D. ১৯৮১

Answer : Option A

View Answer

182.  
তলৰ কোনটো কাৰণত ভাৰতবৰ্ষৰ জাতীয় আয় বৃদ্ধিৰ হাৰ মন্থৰ হৈছে

A. জনসংখ্যা দ্রুত বৃদ্ধি

B. কৃষিৰ ওপৰত অত্যাধিক নির্ভৰশীলতা আৰু কৃষি খণ্ডৰ নিম্ন উৎপাদন ক্ষমতা

C. কৃষি বহির্ভুত খণ্ডৰ দ্রুত উন্নয়ণৰ অভাৱ

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

183.  
ভাৰতবৰ্ষৰ জাতীয় আয় গণনাত কোনটো পদ্ধতি ব্যৱহাৰ কৰা নহয়

A. আয় পিয়ল পদ্ধতি

B. ব্যয় পিয়ল পদ্ধতি

C. উৎপাদন পিয়ল পদ্ধতি

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

184.  
স্বাধীননাওৰ ভাৰতবৰ্ষত জাতীয় আয়ৰ অধ্যয়ন কৰা প্ৰথমখন সমিতিৰ অধ্যক্ষ আছিল

A. নাওৰােজি

B. ভি. কে. আৰ. ভি. ৰাও

C. পি. চি. মহালনবিশ্‌

D. ডি. আৰ. গেদ্‌গিল

Answer : Option C

View Answer

185.  
NEC ত অন্তর্ভুক্ত মুঠ ৰাজ্যৰ সংখ্যা হল

A. ৭ খন

B. ৮ খন

C. ৯ খন

D. ১০ খন

Answer : Option B

View Answer

186.  
উত্তৰ-পূৱ পৰিষদ (NEC) কিমান চনত গঠন হয়?

A. ১৯৬৯ চনত

B. ১৯৭২ চনত

C. ১৯৮২ চনত

D. ১৯৯১ চনত

Answer : Option B

View Answer

187.  
উত্তৰ-পূৱ পৰিষদৰ (NEC)ৰ মুখ্য কাৰ্যালয়

A. গুৱাহাটীত

B. কোহিমাত

C. ইটানগৰত

D. শ্বিলঙত

Answer : Option D

View Answer

188.  
উত্তৰ পূৱ পৰিষদৰ মুখ্য উদ্দেশ্য হল

A. অসমৰ ৰাজ্যিক আয় বৃদ্ধি কৰা

B. উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ বিত্তীয় সাহাৰ্য্য প্রদান কৰা

C. উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমস্যাৰাজি আঁতৰ কৰা

D. উত্তৰ পূৰ্বাঞ্চলৰ অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰা।

Answer : Option D

View Answer

189.  
উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম (নেড্‌ফি) গঠন হৈছিল

A. ১৯৭১ চনত

B. ১৯৮৩ চনত

C. ১৯৯১ চনত

D. ১৯৯৫ চনত

Answer : Option D

View Answer

190.  
নেড়ফিৰ মুখ্য কাৰ্যালয়

A. গুৱাহাটীত

B. শ্বিলঙত

C. কোহিমাত

D. আইজলত

Answer : Option A

View Answer