160 ExamPoint | Assam Direct Recruitment MCQs

161.  
তলৰ কোনটো উওম বাজেটৰ বৈশিষ্ট্য নহয়

A. সর্বগ্রহণযােগ্যতা

B. পূণাংগ ব্যৱস্থা

C. বিস্তৃত ক্ষেত্র

D. একক ব্যৱস্থা

Answer : Option A

View Answer

162.  
ভাৰসাম্যহীন বাজেট মানে হল

A. ঘাটি বাজেট

B. ৰাহি বাজেট

C. আৰু খ দুয়ােটা

D. ওপৰৰ এটাও নহয়

Answer : Option C

View Answer

163.  
মন্দাৱস্থাৰ সময়ত দেশৰ অর্থনীতিক উদ্ধাৰ কৰাৰ প্রধান উপায় হল

A. প্রত্যক্ষ কৰ

B. ঘাটি বাজেট

C. ভাৰসাম্য বাজেট

D. ওপৰৰ এটাও নহয়

Answer : Option B

View Answer

164.  
তলৰ কোনটো ব্যয় বাজেটৰ অনা-আৱন্টিত শিতানত অন্তর্ভুক্ত

A. চৰকাৰী পেঞ্চনৰ ব্যয়

B. সুদ প্রদান

C. খাদ্য সামগ্ৰীৰ অনুদান

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

165.  
বাজেটৰ ক্রিয়াগত শ্রেণীবিভাজন তলৰ কোনটো ক্ষেত্ৰত প্রযােজ্য

A. ব্যয়ৰ ক্ষেত্ৰত

B. ৰাজহৰ ক্ষেত্ৰত

C. ব্যয় আৰু ৰাজহ দুয়ােটা ক্ষেত্ৰত

D. ওপৰৰ এটাও নহয়

Answer : Option A

View Answer

166.  
বাজেটৰ কোনটো পৰ্য্যায় শুদ্ধ

A. বাজেট প্রস্তুতকৰণ - ৰূপায়ন - অনুমােদন - হিচাব পৰীক্ষণ

B. বাজেট অনুমােদন - প্রস্তুতকৰণ - ৰূপায়ন - হিচাব পৰীক্ষণ

C. বাজেট প্রস্তুতকৰণ - অনুমােদন - ৰূপায়ন - হিচাব পৰীক্ষণ

D. বাজেটৰ অনুমাদন - প্রস্তুতকৰণ - ৰূপায়ন - হিচাব পৰীক্ষণ

Answer : Option C

View Answer

167.  
উদ্বৃত্ত বাজেট হ’ল

A. চৰকাৰী আয় চৰকাৰী ব্যতকৈ বেছি

B. চৰকাৰী ব্যয় চৰকাৰী আয়াতকৈ বেছি

C. চৰকাৰী আয় আৰু চৰকাৰী ব্যয় সমান

D. ওপৰৰ আটাইকেইটা

Answer : Option A

View Answer

168.  
ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ অধিকাংশ কোনটো খণ্ডৰ পৰা আহে?

A. প্রাথমিক খণ্ড

B. উদ্যোগ খণ্ড

C. সেৱা খণ্ড

D. ৰপ্তানি খণ্ড

Answer : Option C

View Answer

169.  
ভাৰতৰ জাতীয় আয় বিজ্ঞানসন্মতভাৱে গণনা কৰা প্রথম ব্যক্তিজন হ'ল

A. ভি কে আৰু ভি ৰাও

B. মহাত্মা গান্ধী

C. বল্লভ ভাই পেটেল

D. ওপৰৰ এজনাে নহয়।

Answer : Option A

View Answer

170.  
ভাৰতৰ ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ হয়

A. ১৯৩৫ চনত

B. ১৯৪৮ চনত

C. ১৯৪৯ চনত

D. ১৯৬২ চনত

Answer : Option C

View Answer