140 ExamPoint | Assam Direct Recruitment MCQs

141.  
তলৰ কোনটো অর্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্য নহয় -

A. অর্থনৈতিক প্রগতি

B. আত্মনিৰ্ভৰশীলতা অর্জন

C. আয়ৰ বৈষম্য দূৰ কৰা

D. ৰপ্তানীহ্রাস কৰা

Answer : Option D

View Answer

142.  
ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিকল্পনাৰ চূড়ান্ত অনুমােদন জনােৱা অনুষ্ঠানটো হ’ল

A. ৰাজ্যসভা

B. লােকসভা

C. জাতীয় উন্নয়ন পৰিষদ

D. বিত্ত মন্ত্রালয়

Answer : Option C

View Answer

143.  
ভাৰতবৰ্ষৰ পৰিকল্পনা আয়ােগ গঠন হােৱা বৰ্ষটো হ'ল

A. ১৯৪৭

B. ১৯৪৮

C. ১৯৫০

D. ১৯৫১

Answer : Option C

View Answer

144.  
কোনখন পঞ্চবার্ষিক পৰিকল্পনাত পৰিয়াল পৰিকল্পনা আঁচনিৰূপায়ন কৰা হয়

A. প্রথম

B. দ্বিতীয়

C. তৃতীয়

D. পঞ্চম

Answer : Option A

View Answer

145.  
কোনখন পঞ্চবার্ষিক পৰিকল্পনাত ‘আত্মনিৰ্ভৰশীলতা অর্জন’ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল

A. দ্বিতীয়

B. তৃতীয়

C. চতুর্থ

D. পঞ্চম

Answer : Option B

View Answer

146.  
কামৰ বাবে খাদ্যআঁচনিখন কোনখন পৰিকল্পনাত ৰূপায়ন কৰা হৈছিল

A. তৃতীয়

B. চতুর্থ

C. পঞ্চম

D. সপ্তম

Answer : Option C

View Answer

147.  
ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত সর্বাধিক অগ্রাধিকাৰ কোনটো খণ্ডত দিয়াহৈছিল

A. প্রাথমিক খণ্ড

B. সেৱা খণ্ড

C. শক্তি খণ্ড

D. উদ্যোগ খণ্ড

Answer : Option D

View Answer

148.  
পৰিকল্পনা আয়ােগৰ প্রথম অধ্যক্ষ আছিল

A. ড° ৰাজেন্দ্র প্রসাদ

B. পি. চি. মহালনবিশ

C. জৱাহৰলাল নেহৰু

D. ড° এছ ৰাধাকৃষ্ণ

Answer : Option C

View Answer

149.  
কোনখন পঞ্চবার্ষিক পৰিকল্পনাত নুন্যতম প্রয়ােজন আঁচনিখন ৰূপায়ন কৰা হয়

A. প্রথম

B. দ্বিতীয়

C. পঞ্চম

D. অষ্টম

Answer : Option C

View Answer

150.  
ভাৰতৰ কোনখন পঞ্চবার্ষিক পৰিকল্পনাত ‘গৰিবি হটাও' শ্লোগানটো অন্তর্ভুক্ত কৰা হৈছিল

A. পঞ্চম

B. ষষ্ঠ

C. সপ্তম

D. অষ্টম

Answer : Option A

View Answer