অর্থনীতি (Economics ) MCQ MCQ
121.
View Answer
তলৰ কোনটো শুদ্ধ
A. পদার্থ সম্পদ আৰু মানৱ সম্পদ দুয়ােটাই অর্থ উপার্জনৰ উপায়
B. পদার্থ সম্পদ আৰু মানৱ সম্পদ দুয়ােটাক চুই চাব পাৰি
C. পদার্থ আৰু মানৱ সম্পদ দুয়ােটাই উৎপাদক আৰু উৎপাদনৰ উপাদান
D. পদার্থ আৰু মানৱ সম্পদ দুয়ােটাৰে কালৰ গতিত অৱক্ষয় হয়
Answer : Option B
122.
তলৰ কোনটো সংস্থা শিক্ষাখণ্ডৰ লগত জড়িত নহয়
123.
ভাৰতবৰ্ষত কেতিয়া চৈধ্য বছৰৰ তলৰ সকলাে শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘােষণা কৰা হয় ?
124.
2011 চনৰ লােকপিয়লমতে ভাৰতৰ জনসংখ্যা আছিল
125.
View Answer
মানৱ সম্পদ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্ব দিয়া হৈছে
A. স্বাস্থ্য সেৱাত
B. কর্মক্ষেত্ৰত প্রশিক্ষণ
C. শিক্ষাত
D. ওপৰৰ এটাও নহয়
Answer : Option C
126.
২০১০ চনৰ মানৱ উন্নয়ন সূচাংক মতে ভাৰতৰ স্থান
127.
২০১১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ শিক্ষিতৰ হাৰ হ'ল
128.
২০০১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষৰ শিক্ষিতৰ হাৰ হ’ল
129.
ভাৰত চৰকাৰে গঠন কৰি দিয়া কোঠাৰী আয়ােগ’ এ চৰকাৰলৈ প্রতিবেদন দাখিল কৰে
130.
ভাৰত চৰকাৰে গঠন কৰি দিয়া কোঠাৰী আয়ােগ’ এ চৰকাৰলৈ প্রতিবেদন দাখিল কৰে