40 ExamPoint | Assam Direct Recruitment MCQs

41.  
পূর্ণ প্রতিযােগিতামূলক বজাৰত প্ৰতিষ্ঠানৰ দীর্ঘকালীন ভাৰসাম্যতা নির্ধাৰণৰ চৰ্তটো হ'ল

A. P = Minimum LAC = LMC = LAR = LMR

B. P = Minimum LAC = LMC ≠ LAR=LMR

C. P = Minimum LAC ≠ LMC = LAR = LMR

D. P = Minimum LAC = LMC = LAR ≠ LMR

Answer : Option A

View Answer

42.  
পূর্ণ প্রতিযােগিতামূলক বজাৰত স্বাভাৱিক দাম নির্ধাৰণৰ বাবে তলৰ কোনটো চর্ত প্রযােজ্য হয়?

A. দীর্ঘকালীন বজাৰ চাহিদা আৰু দীর্ঘকালীন বজাৰ যােগান পৰস্পৰে পৰস্পৰৰ সমান

B. দীর্ঘকালীন বজাৰ চাহিদা > দীর্ঘকালীন বজাৰ যােগান

C. দীর্ঘকালীন বজাৰ চাহিদা < দীর্ঘকালীন বজাৰ যােগান

D. ওপৰৰ তিনিওটা চৰ্তৰ এটাও নহয়

Answer : Option A

View Answer

43.  
একচেটিয়া বজাৰৰ বৈশিষ্ট্য হিচাপে তলৰ কোনটো প্রযােজ্য নহয় ?

A. এজন বিক্রেতা

B. নিকট প্রতিকল্প দ্রব্যৰ অভাৱ

C. নতুন প্রতিষ্ঠানৰ বজাৰত প্ৰৱেশত বাধা

D. পার্থক্যজনিত দ্রব্য

Answer : Option D

View Answer

44.  
একচেটিয়া বজাৰৰ গড় বিক্রী আয় ৰেখাডাল কেনে আকৃতিৰ হয়?

A. ওপৰৰ পৰা তলৰ সোঁহাতলৈ নিম্নগামী হয়

B. OX অক্ষৰ সমান্তৰাল হয়

C. OX অক্ষৰ ওপৰত লম্ব আকৃতিৰ হয়

D. তলৰ পৰা ওপৰৰ সোঁহাতলৈ উর্ধ্বগামী হয়

Answer : Option A

View Answer

45.  
একাধিকাৰ প্রতিযােগিতামূলক বজাৰৰ ধাৰণাটো.অর্থবিজ্ঞানত প্ৰৱৰ্তন কৰা অর্থনীতিবিদজন হ’ল

A. মাৰ্ছেল

B. পিণ্ড

C. চেম্বাৰলিন

D. নাইট

Answer : Option C

View Answer

46.  
তলৰ কোনটো স্বত্বাধিকাৰ বজাৰৰ বৈশিষ্ট্য বুলিব পাৰি?

A. দুটাতকৈ বেছি উৎপাদন প্রতিষ্ঠান

B. এখন উৎপাদন প্রতিষ্ঠান

C. দহটা উৎপাদন প্রতিষ্ঠান

D. অসংখ্য উৎপাদন প্রতিষ্ঠান

Answer : Option A

View Answer

47.  
তলৰ কোনটো পাইকাৰী বজাৰৰ ক্ষেত্ৰত প্রযােজ্য হয় ?

A. কম পৰিমাণত দ্রব্য বিক্রী

B. বৃহৎ পৰিমাণত দ্রব্য বিক্রী

C. মজলীয়া পৰিমাণত দ্রব্য বিক্রী

D. অতি ক্ষুদ্র পৰিমামত দ্রব্য বিক্রী

Answer : Option B

View Answer

48.  
পাইকাৰী বজাৰ বুলিলে তলৰ কোনটোক বুজায়?

A. দ্রব্য মূল্য তুলনামূলক ভাবে বেছি

B. দ্রব্য মূল্য তুলনামূলক ভাবে কম

C. দ্রব্য মূল্য একেবাৰে কম

D. দ্রব্যমূল্য বহুত বেছি

Answer : Option B

View Answer

49.  
পাইকাৰী বজাৰত দ্রব্যবােৰ মুলতঃ কাৰ ওচৰত বিক্ৰী কৰা নহয়?

A. সর্বশেষ উপভােক্তা

B. ব্যৱসায় প্রতিষ্ঠান

C. মদ্যস্থতাকাৰী লােক

D. ডাঙৰ ব্যৱসায়ী

Answer : Option A

View Answer

50.  
পাইকাৰী বজাৰৰ বিক্রেতাই কোনবিধ ব্যয় বহন কৰিবলগীয়াত নপৰে?

A. পৰিবহন ব্যয়

B. বিজ্ঞাপন ব্যয়

C. হৰণ ভগনৰ ব্যয়

D. প্রান্তিক উৎপাদন ব্যয়

Answer : Option B

View Answer