20 ExamPoint | Assam Direct Recruitment MCQs

21.  
তলৰ কোনটো অর্থবিজ্ঞানৰ পৰিসৰৰ বাহিৰৰ ?

A. মদাহীৰ মদপান

B. মাতৃৰ শুশ্ৰূষা

C. নাৰ্ছৰ সেৱা

D. বিউটি পার্লাৰৰ সেৱা

Answer : Option B

View Answer

22.  
তলৰ কোনটো সমষ্টিবাদী অর্থবিজ্ঞানৰ বিষয়বস্তু নহয় ?

A. জাতীয় আয়

B. সামগ্রিক উৎপাদন

C. সামগ্রিক বিনিয়ােগ

D. বিতৰণ তত্ত্ব

Answer : Option D

View Answer

23.  
অর্থবিজ্ঞানত মূল্য বুলিলে তলৰ কোনটোক বুজায়?

A. বস্তুৰ বিনিময় মূল্যৰ মুদ্রাগত মূল্য

B. বস্তুৰ ব্যৱহাৰ মূল্য

C. বস্তুৰ বিনিময়ৰ বাবদ পােৱা আন দ্রব্যৰ পৰিমাণ

D. বস্তুৰ বিনিময় মূল্য

Answer : Option A

View Answer

24.  
অর্থবিজ্ঞানত বজাৰক

A. বস্তুৰ নাম অনুসৰি নামাকৰণ কৰা হয়

B. ঠাইৰ নামেৰে নামাকৰণ কৰা হয়

C. মুদ্ৰাৰ নামেৰে নামাকৰণ কৰা হয়

D. অঞ্চলৰ নামেৰে নামাকৰণ কৰা হয়

Answer : Option A

View Answer

25.  
অর্থবিজ্ঞানৰ মতে বজাৰ সৃষ্টি হ'বলৈ হ'লে

A. ক্রেতা-বিক্রেতা এখন ঠাইত মিলিত হব লাগে

B. ক্রেতা-বিক্রেতা দূৰ-দূৰণিত থাকিব লাগে

C. ক্রেতা-বিক্রেতা ওচৰা-ওচৰিকৈ থাকিব লাগে

D. ক্রেতা-বিক্রেতাই দূৰদূৰণিত থাকিও টেলিফোন, টেলিগ্রাফ, ইণ্টাৰনেট, ফেক্স আদিৰে যােগাযােগ কৰি মূল্য স্থিৰ কৰিব পাৰে

Answer : Option D

View Answer

26.  
তলৰ কোনটো উপাদানৰ ওপৰত বজাৰৰ পৰিসৰ নিৰ্ভৰ নকৰে?

A. বস্তুৰ প্রকৃতি

B. রস্তুৰ চাহিদা

C. কঢ়িয়াই নিয়াৰ সুবিধা

D. বস্তুৰ গুণ বা মানদণ্ড

Answer : Option D

View Answer

27.  
পৰিসৰৰ ভিত্তিত বজাৰক তলৰ কোন তিনিটা ভাগত ভাগ কৰা হয়?

A. স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক

B. ৰাজ্যিক, স্থানীয় আৰু আঞ্চলিক

C. আঞ্চলিক, স্থানীয় আৰু আন্তর্জাতিক

D. আন্তর্জাতিক, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক

Answer : Option A

View Answer

28.  
বজাৰৰ সময়ভিত্তিক শ্রেণীবিভাজনসমূহৰ ভিতৰত কোনটোক অদৰকাৰী বুলি কোৱা হয়?

A. অতি স্বকালীন

B. হ্রস্বকালীন

C. দীর্ঘকালীন

D. অতি দীর্ঘকালীন

Answer : Option D

View Answer

29.  
প্রতিযােগিতাৰ মাত্ৰাৰ ভিত্তিত বজাৰক কেইটা ভাগত ভাগ কৰা হয়?

A. তিনিটা

B. দুটা

C. চাৰিটা

D. পাঁচটা

Answer : Option A

View Answer

30.  
পূর্ণ প্রতিযােগিতামূলক বজাৰত

A. ক্রেতা-বিক্রেতা অগণন থাকে

B. বিক্রেতা অগণন আৰু সীমিত ক্রেতা

C. সীমিত ক্রেতা আৰু সীমিত বিক্রেতা

D. সীমিত বিক্রেতা আৰু অগণন ক্রেতা

Answer : Option A

View Answer