Environmental Science MCQ
1.
তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে ?
2.
View Answer
লাইন অব কণ্ট্রল ক’ত অবস্থিত ?
A. পাক-ভাৰত সীমান্তত
B. চীন-ভাৰত সীমান্তত
C. ভুটান-ভাৰত সীমান্তত
D. নেপাল-ভাৰত সীমান্তত
Answer : Option A
3.
View Answer
লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?
A. পাক-ভাৰত সীমান্তত
B. চীন-ভাৰত সীমান্তত
C. ভুটান-ভাৰত সীমান্তত
D. নেপাল –ভাৰত সীমান্তত
Answer : Option B
4.
তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে ?
5.
তলৰ কোনখন চহৰত উৰাজাহাজ নির্মাণ কৰা হয় ?
6.
মিজোৰামৰ উচ্চতম পর্বত কি ?
7.
পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে ?
8.
ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি ?
9.
ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?
10.
ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –