Environmental Science MCQ
11.
ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন ?
12.
ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন ?
13.
ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?
14.
ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?
15.
১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?
16.
ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?
17.
তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?
18.
ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?
19.
অৰণ্য ধ্বংসৰ পৰিণতি হৈছে-
20.
আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে ?