30 ExamPoint | Assam Direct Recruitment MCQs

31.  
অসমৰ বৃহত্তম জিলাখনৰ নাম কি?

A. কার্বি আংলং

B. কামৰূপ (গ্রাম্য)

C. দৰং

D. যোৰহাট

Answer : Option A

View Answer

32.  
কাছাৰ জিলা আৰু ত্রিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি ?

A. জিৰি

B. চিৰি

C. মধুৰা

D. জাতিংগা

Answer : Option A

View Answer

33.  
অসমৰ তেল শধনাগাৰ থকা ঠাই সমুহৰ নাম হ’ল-

A. ডিগবৈ, লিডু, মার্ঘেৰিটা, নুনমাটি

B. ডিগবৈ, বঙাইগাঁও, লিডু, নুনমাটি

C. ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়

D. বঙাইগাঁও, ডিগবৈ, মার্ঘেৰিটা, নুমলীগড়

Answer : Option C

View Answer

34.  
অসমৰ সর্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম হৈছে-

A. তিনিচুকীয়া

B. ডিব্রুগড়

C. যোৰহাট

D. ধেমাজি

Answer : Option D

View Answer

35.  
ব্রহ্মপুত্রৰ ওপৰৰ নৰনাৰায়ণ সেতুঁৱে কোন দুখন জিলাক সংযোগ কৰিছে ?

A. বঙাইগাঁও আৰু গোৱালপাৰা

B. ধুবুৰী আৰু গোৱালপাৰা

C. বঙাইগাঁও আৰু ধুবুৰী

D. কোকৰাঝাৰ আৰু ধুবুৰী

Answer : Option A

View Answer

36.  
গুৱাহাটীৰ চাহ নিলাম কেন্দ্রটো কিমান চনত স্থাপন হৈছিল ?

A. ১৯৬০

B. ১৯৭০

C. ১৯৭৪

D. ১৯৭৬

Answer : Option B

View Answer

37.  
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?

A. ১৯৮৫ চনত

B. ১৯৮৬ চনত

C. ১৯৮৭ চনত

D. ১৯৮৯ চনত

Answer : Option A

View Answer

38.  
৩৮ নং ৰাষ্ট্রীয় ঘাইপথে কোন দুখন ঠাইক সংযোগ কৰিছে ?

A. তিনিচুকীয়া আৰু ডাঙৰী

B. নতুন বঙাইগাঁও আৰু যোগীঘোপা

C. শিলচৰ আৰু জিৰিবাম

D. মাকম আৰু লেখাপানী

Answer : Option D

View Answer

39.  
তলৰ কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায় ?

A. তিতাচপা

B. কদম

C. হোলোং

D. শাল

Answer : Option C

View Answer

40.  
কার্বি লাংপি জলবিদ্যুত প্রকল্প ক’ত অবস্থিত ?

A. উত্তৰ কাছাৰ

B. হাইলাকান্দি

C. কার্বি আংলং

D. কাছাৰ

Answer : Option C

View Answer