Environmental Science MCQ
31.
অসমৰ বৃহত্তম জিলাখনৰ নাম কি?
32.
কাছাৰ জিলা আৰু ত্রিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি ?
33.
View Answer
অসমৰ তেল শধনাগাৰ থকা ঠাই সমুহৰ নাম হ’ল-
A. ডিগবৈ, লিডু, মার্ঘেৰিটা, নুনমাটি
B. ডিগবৈ, বঙাইগাঁও, লিডু, নুনমাটি
C. ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়
D. বঙাইগাঁও, ডিগবৈ, মার্ঘেৰিটা, নুমলীগড়
Answer : Option C
34.
অসমৰ সর্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম হৈছে-
35.
View Answer
ব্রহ্মপুত্রৰ ওপৰৰ নৰনাৰায়ণ সেতুঁৱে কোন দুখন জিলাক সংযোগ কৰিছে ?
A. বঙাইগাঁও আৰু গোৱালপাৰা
B. ধুবুৰী আৰু গোৱালপাৰা
C. বঙাইগাঁও আৰু ধুবুৰী
D. কোকৰাঝাৰ আৰু ধুবুৰী
Answer : Option A
36.
গুৱাহাটীৰ চাহ নিলাম কেন্দ্রটো কিমান চনত স্থাপন হৈছিল ?
37.
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?
38.
View Answer
৩৮ নং ৰাষ্ট্রীয় ঘাইপথে কোন দুখন ঠাইক সংযোগ কৰিছে ?
A. তিনিচুকীয়া আৰু ডাঙৰী
B. নতুন বঙাইগাঁও আৰু যোগীঘোপা
C. শিলচৰ আৰু জিৰিবাম
D. মাকম আৰু লেখাপানী
Answer : Option D
39.
তলৰ কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায় ?
40.
কার্বি লাংপি জলবিদ্যুত প্রকল্প ক’ত অবস্থিত ?