50 ExamPoint | Assam Direct Recruitment MCQs

51.  
দুস্প্রাপ্য বা Rare প্রাণী মানে-

A. লুপ্তপ্রায়

B. লুপ্ত

C. বিপন্ন

D. বিশেষ ঠাইত পোৱা প্রাণী

Answer : Option D

View Answer

52.  
ভাৰতৰ সামুদ্রিক ৰাষ্ট্রীয় উদ্যান কত অন্সথিত ?

A. পশ্চিমবংগ

B. মহাৰাষ্ট্র

C. তামিলনাডু

D. গুজৰাট

Answer : Option D

View Answer

53.  
কাজিৰঙাক কিমান চনত ৰাষ্ট্রীয় উদ্যানৰ মর্যাদা দিয়া হৈছিল ?

A. ১৯৫০

B. ১৯৬৪

C. ১৯৭৪

D. ১৯৮০

Answer : Option C

View Answer

54.  
ওৰাং ৰাষ্ট্রীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি ?

A. ডব্লিউ ডব্লিঊ এফ

B. পিপলছ ফৰ এনিমেলছ

C. অৰণ্য সুৰক্ষা সমিতি

D. নেচাৰেল হিষ্টৰী ছচাইটি

Answer : Option C

View Answer

55.  
উদ্ভিদে কিয় ইয়াৰ ফল অথবা গুটি বিস্তাৰ কৰিব লাগে ?

A. বিভিন্ন ধৰণৰ প্ৰজাতিৰ সৃষ্টিৰ বাৰে

B. নিজৰ প্ৰজাতিক ৰক্ষণাবেক্ষণ দিবৰ বাবে

C. জীৱ জন্তুৱে যাতে খাব নােৱাৰে তাৰ বাবে

D. ন ন ঠাইত নিজৰ প্ৰজাতিৰ বংশ বৃদ্ধিৰ বাবে

Answer : Option D

View Answer

56.  
গছৰ পাতত থকা ৰন্ধ্ৰৰ জৰিয়তে বহু পানী ওলাই যাব পাৰে বা নষ্ট হয়। বেছিভাগ পাতৰ ৰন্ধ্ৰ পাতৰ ভিতৰফালে থাকে কিয়?

A. উদ্ভিদৰ দেহৰ পানী যাতে পাতৰ ৰৰ মাজেৰে ওলাই যাব নােৱাৰে

B. বতাহৰ পৰা পানী সংগ্রহৰ বাবে

C. বেছি পৰিমাণে কার্বন ডাই অক্সাইড গ্ৰহণৰ বাৰে

D. অক্সিজেন এৰি দিবৰ বাবে

Answer : Option A

View Answer

57.  
বংশ বৃদ্ধিৰ ক্ষেত্ৰত মাছৰ দৰেই বংশ বৃদ্ধি কৰা প্রাণীবিধ হ'ল

A. ভেকুলী

B. জেঠী

C. সাপ

D. চৰাই

Answer : Option A

View Answer

58.  
মানুহৰ দেহৰ কোনবিধ অংগই কথা মনত পেলােৱা আৰু যুক্তিৰে বিচাৰ কৰাত সহায় কৰে

A. মাংসপেশী

B. মেৰুদণ্ড

C. মগজু

D. সিৰা

Answer : Option C

View Answer

59.  
বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়

A. ২৫ ডিচেম্বৰত

B. ২০ ছেপ্টেম্বৰ

C. ৯ জুলাই

D. ৫ জুন

Answer : Option D

View Answer

60.  
এচিড বৰষুণৰ বাবে ইয়াৰ একো ক্ষতিগ্রস্ত নহয়

A. লিথােস্ফেয়াৰ

B. জীৱ-জন্তু

C. অ’জন লেয়াৰ

D. উদ্ভিদ

Answer : Option B

View Answer