70 ExamPoint | Assam Direct Recruitment MCQs

71.  
তলৰ কোনবিধ তৈয়াৰ কৰিবলৈ স্কেলৰ আৱশ্যক নকৰে

A. গ্লোব

B. মেপ

C. আঁচনি

D. স্কেটছ

Answer : Option D

View Answer

72.  
ভাৰতীয় মানসময় গণনা কৰা হয়

A. ৮.৭° পূব দ্রাঘিমা ৰেখা

B. ৮২.৩০° পূব দ্রাঘিমা ৰেখা

C. ৯০.২৫° পূব দ্রাঘিমা ৰেখা

D. এটাও নহয়

Answer : Option B

View Answer

73.  
এজন শিক্ষক হিচাপে শ্ৰেণীত প্রশ্ন সােধাৰ প্ৰধান কাৰণ হ'ল

A. শিক্ষার্থীসকলক ব্যস্ত ৰখাৰ উদ্দেশ্যে

B. অনুশাসন বজাই ৰাখিবৰ বাবে

C. শিক্ষার্থী মনােযােগ আকর্ষণ কৰিবৰ বাবে

D. শিকাবৰ বাবে

Answer : Option C

View Answer

74.  
যিবােৰ প্ৰাণীয়ে কেৱল গছ বন খাই জীয়াই থাকে সেইবােৰ কোৱা হয়

A. মাংসভােজী

B. তৃণভােজী

C. উভয় ভােজী

D. সৰীসৃপ

Answer : Option B

View Answer

75.  
দৈনিক ব্যৱহাৰৰ বাবে এক বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিত্যাজ্য মােনাত অনা হ'ল। এনে পৰিত্যাজ্য মােনা পােনচাটেই পেলাই নিদি আমি পৰিৱেশক ৰক্ষা কৰিব পাৰোঁ

A. হয়, আমি আমাৰ পাকঘৰৰ সা-সামগ্রী থবৰ বাবে ব্যৱহাৰ কৰিব পাৰে

B. যিসকলৰ আৱশ্যক আমি তেওঁলােকক দিব পাৰাে

C. আমাৰ নিজস্ব সৃষ্টিশীল মন ব্যৱহাৰ কৰি আমি আনধৰণে ব্যৱহাৰ কৰিব পাৰাে

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

76.  
‘স্বৰাজ মােৰ জন্ম স্বত্ব’– এই শাৰী কাৰ বাক্য

A. মহাত্মা গান্ধী

B. বাল গঙ্গাধৰ তিলক

C. নেতাজী সুভাষ বসু

D. এজনাে নহয়

Answer : Option B

View Answer

77.  
‘সকলােৰে বাবে স্বাস্থ্য’ (Health for all) এয়া কোনটো অনুষ্ঠানৰ উদ্দেশ্য

A. UNO

B. WHO

C. UNICEF

D. UNESCO

Answer : Option B

View Answer

78.  
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ ১৫ জন সদস্যৰ ১০ জন সদস্য নির্বাচন কৰি লােৱা হয়। এওঁলােকক কেইবছৰৰ বাবে নির্বাচন কৰা হয় ?

A. দুবছৰ বছৰ

B. তিনি বছৰ

C. চাৰি বছৰ

D. ছবছৰ

Answer : Option A

View Answer

79.  
ভূমি প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল

A. জোৰেৰে অহা বৰষুণ

B. জোৰেৰে অহা বতাহ

C. অতিমাত্রা কীটনাশক আৰু কৃত্রিম সাৰৰ ব্যৱহাৰ

D. শব্দৰ তীব্রতা

Answer : Option C

View Answer

80.  
পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ শৃংগটোক সাধাৰণতে K2 (৮৬১১ মিটাৰ) নামে জনা যায়। ইয়াৰ আন এটা নাম

A. কাঞ্চনজংঘা

B. এভাৰেষ্ট

C. গডউইন অষ্টিন

D. ধৌলগিৰি

Answer : Option C

View Answer