80 ExamPoint | Assam Direct Recruitment MCQs

81.  
আমি সততে ভূমিকম্পৰ কথা শুনিবলৈ পাওঁ। ভূমিকম্পৰ জোখৰ এককক কোৱা হয়

A. মিটাৰ

B. কিলােগ্রাম

C. লিটাৰ

D. ৰিখটাৰ স্কেল

Answer : Option D

View Answer

82.  
তলৰ কোনটো ধাতুৰ অনিষ্টকাৰী প্ৰভাৱ আছে

A. কোবাল্ট

B. ইউৰেনিয়াম

C. সীহ

D. আটাইকেইটাৰ

Answer : Option D

View Answer

83.  
অজন স্তৰত হােৱা ছিদ্রৰ বাবে

A. পৃথিৱীলৈ সূৰ্যৰ দূষিত অতি বেঙুনীয়া ৰশ্মি আহিব পাৰে

B. ছালৰ কেন্সাৰ হ’ব পাৰে

C. কেটেৰেক্ট হ'ব পাৰে

D. ওপৰৰ আটাইকেইটা

Answer : Option D

View Answer

84.  
তলৰ কোনবােৰ বর্জন জৈৱিকভাৱে ক্ষয় হয়

A. বাতৰি কাকত

B. জীৱ-জন্তুৰ বিষ্ঠা

C. শাক-পাচলি

D. ওপৰৰ সকলাে

Answer : Option D

View Answer

85.  
বহুমুখী নদীবান্ধৰ সহায়ত কৰিব পৰা কামবােৰ হ’ল

A. খেতিপথাৰত জলসিঞ্চনৰ বাবে পানীৰ মজুত কৰণ

B. সমূহীয়াভাৱে সকলাে দিশৰ উপকাৰ সধা

C. বিভিন্ন দূৰণিবটীয়া অঞ্চললৈ খালৰ জৰিয়তে পানী যােগান

D. ওপৰৰ সকলাে

Answer : Option D

View Answer

86.  
ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল স্থাপনৰ মূল কথা হল

A. পর্যটকে মুকলিমূৰীয়াভাৱে পৰিভ্ৰমণ কৰিবৰ বাবে

B. বন্য জীৱ-জন্তু প্রতিক্ষাৰ বাবে

C. চিকাৰীসকলৰ সুবিধাৰ বাবে

D. এটাও নহয়

Answer : Option B

View Answer

87.  
বৰদিনৰ সময়ত অষ্ট্রেলিয়াত কি ঋতু হয়?

A. বসন্ত

B. বর্ষা

C. গ্রীষ্ম

D. শীত

Answer : Option C

View Answer

88.  
পৃথিৱীৰ কিমান অংশ সাগৰ আৰু মহাসাগৰে আবৰি আছে

A. ৭১ শতাংশ

B. ৭০ শতাংশ

C. ৯০ শতাংশ

D. এটাও নহয়

Answer : Option A

View Answer

89.  
শ্বেত মহাদেশ (White Continent) বুলিলে কি বুজায় ?

A. অষ্ট্রেলিয়া

B. ভাৰত

C. ইংলেণ্ড

D. এন্টার্কটিকা

Answer : Option D

View Answer

90.  
লু’ হ’ল এক গৰম আৰু শুকান বতাহ। এই বতাহ বয়

A. পশ্চিম বংগ

B. পঞ্জাব

C. ৰাজস্থান

D. তামিলনাড়ু

Answer : Option C

View Answer