60 ExamPoint | Assam Direct Recruitment MCQs

61.  
মানুহৰ কাৰ্যৰ বাবে ক্ষতিগ্রস্ত হােৱা অজন স্তৰক সুৰক্ষা দিয়াৰ বাবে গঠন হােৱা মন্ট্রিল প্ৰট'কল’ কেতিয়া গ্রহণ কৰা হৈছিল ?

A. ১৯৮৫

B. ১৯৮৬

C. ১৯৮৭

D. ১৯৮৮

Answer : Option C

View Answer

62.  
তলত উল্লেখ কৰাবােৰৰ ভিতৰত কোনবিধ আবর্জনা আটাইতকৈ অপকাৰী

A. প্লাষ্টিক

B. তেজস্ক্রিয় আৱৰ্জনা

C. কাগজ

D. গােবৰ

Answer : Option B

View Answer

63.  
ফ্লোৰাইডৰ প্ৰদূষণৰ পৰা সাধৰণতে অনিষ্ট হােৱা অংগ

A. মগজু

B. হৃদপিণ্ড

C. দাঁত

D. বৃক্ক

Answer : Option C

View Answer

64.  
প্ৰদূষণৰ প্ৰভাৱ প্রথম লক্ষ্য কৰা হৈছিল

A. খাদ্য সামগ্রী

B. সেউজীয়া শাক-পাচলিত

C. অনুজীৱত

D. তৃণভােজী জন্তুত

Answer : Option B

View Answer

65.  
খাদ্য শৃংখলত সর্বাধিক অৱস্থিতি

A. উৎপাদকসকলৰ

B. প্রাথমিক গ্রাহক/ প্রথম শ্রেণীৰ গ্রাহক

C. দ্বিতীয় শ্রেণীৰ গ্রাহক

D. তৃতীয় পর্যায়ৰ গ্রাহক

Answer : Option A

View Answer

66.  
তলৰ কোনবােৰ উদ্ভিদৰপৰা তেল উৎপাদন কৰিব নােৱাৰি?

A. বেঙেনা

B. সৰিয়হ

C. চয়াবিন

D. নাৰিকল

Answer : Option A

View Answer

67.  
বৰ্তমানৰ তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল হােতা হ’ল

A. জৱাহৰলাল নেহৰু

B. চৰ্দাৰ বল্লভ ভাই পেটেল

C. বলৱন্ত ৰাই মেহতা কমিটি

D. কোঠাৰী আয়ােগ

Answer : Option C

View Answer

68.  
খােজ কাঢ়োতে সদায়

A. বাটৰ সোঁফালে দি যাব লাগে

B. বাটৰ বাওঁফালে দি যাব লাগে

C. বাটৰ সোঁ মাজেদি যাব লাগে

D. এটাও নহয়

Answer : Option B

View Answer

69.  
তৰাবােৰ সাধাৰণতে

A. শিল আৰু বালিৰে গঠিত

B. সিঁহতৰ নিজৰ পােহৰ নাই

C. উত্তাপহীন

D. অত্যন্ত উত্তপ্ত, উজ্জ্বল গেছেৰে পৰিপূৰ্ণ

Answer : Option D

View Answer

70.  
যিবােৰ মেপে দেশ তথা ৰাজ্যসমূহৰ সীমা, কালি আদি দেখুৱায় তেনে মেপক কোৱা হয়

A. ৰাজনৈতিক মেপ

B. প্রাকৃতিক বা ভৌতিক মেপ

C. বিষয়বস্তু (thematic) সম্বলিত মেপ

D. এটাও নহয়

Answer : Option A

View Answer