40 ExamPoint | Assam Direct Recruitment MCQs

41.  
দুলীয়াজান- নুমলীগড় গেছ লাইন প্রকল্প কিহৰ যৌথ প্রচেষ্টাৰ প্রকল্প ?

A. নুমলীগড় আৰু গুৱাহাটী শোধনাগাৰ

B. অসম গেছ কোঃ আৰু গুৱাহাটী শোধনাগাৰ

C. নুমলীগড় আৰু অসম গেছ কোঃ পঃ

D. এটাও নহয়

Answer : Option C

View Answer

42.  
ব্রহ্মপুত্রৰ উৎপত্তিস্থল হৈছে –

A. মানস সৰোবৰ হ্রদ

B. কৈলাস হিমবাহ

C. নাম-বৰৱা শৃংগ

D. টামচুক খামবাৰ হিমবাহ

Answer : Option D

View Answer

43.  
আন্দামান নিকোবৰ দ্বীপপুঞ্জত মানুহে বসবাস কৰা দ্বীপৰ সংখ্যা হৈছে-

A. ৩২৫ টা

B. ১ টা

C. ৫ টা

D. ২১ টা

Answer : Option D

View Answer

44.  
লাক্ষাদ্বীপপুঞ্জৰ মুঠ দ্বীপৰ সংখ্যা হৈছে-

A. ৫০০ টা

B. ৪০০ টা

C. ৩০০ টা

D. ৩৬ টা

Answer : Option D

View Answer

45.  
বর্তমানৰ পৃথিবীৰ মহাদেশবোৰ কোন যুগৰ সৃষ্টি ?

A. কার্বনিফেৰাচ

B. লৰেছিয়া

C. পাৰমিয়ান

D. জুৰাচিক

Answer : Option D

View Answer

46.  
জৈৱ বৈচিত্রৰ ফালৰ পৰা পৃথিবীত ভাৰতৰ স্থা কিমান ?

A. প্রথম

B. দ্বিতীয়

C. ষষ্ঠ

D. দশম

Answer : Option C

View Answer

47.  
পৃথিবীৰ ২৫ টা জৈৱ-বৈচিত্রৰ হটস্পটৰ ভিতৰত ভাৰতৰ জৈৱ বৈচিত্র হটস্পটৰ সংখ্যা কিমান ?

A. ১ টা

B. ২ টা

C. ৩ টা

D. ৪ টা

Answer : Option B

View Answer

48.  
ব্রাজিলত পৰিৱেশ সম্পর্কীয় আৰু জৈৱ বৈচিত্র ৰক্ষাৰ ওপৰত অনুষ্ঠিত আন্তঃজার্তিক সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?

A. ১৯২০ চনত

B. ১৯৩২ চনত

C. ১৯৯২ চনত

D. ২০০০ চনত

Answer : Option C

View Answer

49.  
জৈৱ বৈচিত্র ৰক্ষা চুক্তি স্বাক্ষৰিত হোৱা পৰিৱেশ সন্মিলনখন কত অনুষ্ঠিত হৈছিল ?

A. দিল্লীত

B. লণ্ডনত

C. ব্রাজিলত

D. কাঠমাণ্ডুত

Answer : Option C

View Answer

50.  
বর্তমান ভাৰতৰ বনভূমিৰ সংখ্যা কিমান ?

A. ৩৩ %

B. ২০ %

C. ২৫ %

D. ৪০ %

Answer : Option B

View Answer