Environmental Science MCQ
41.
View Answer
দুলীয়াজান- নুমলীগড় গেছ লাইন প্রকল্প কিহৰ যৌথ প্রচেষ্টাৰ প্রকল্প ?
A. নুমলীগড় আৰু গুৱাহাটী শোধনাগাৰ
B. অসম গেছ কোঃ আৰু গুৱাহাটী শোধনাগাৰ
C. নুমলীগড় আৰু অসম গেছ কোঃ পঃ
D. এটাও নহয়
Answer : Option C
42.
View Answer
ব্রহ্মপুত্রৰ উৎপত্তিস্থল হৈছে –
A. মানস সৰোবৰ হ্রদ
B. কৈলাস হিমবাহ
C. নাম-বৰৱা শৃংগ
D. টামচুক খামবাৰ হিমবাহ
Answer : Option D
43.
আন্দামান নিকোবৰ দ্বীপপুঞ্জত মানুহে বসবাস কৰা দ্বীপৰ সংখ্যা হৈছে-
44.
লাক্ষাদ্বীপপুঞ্জৰ মুঠ দ্বীপৰ সংখ্যা হৈছে-
45.
বর্তমানৰ পৃথিবীৰ মহাদেশবোৰ কোন যুগৰ সৃষ্টি ?
46.
জৈৱ বৈচিত্রৰ ফালৰ পৰা পৃথিবীত ভাৰতৰ স্থা কিমান ?
47.
পৃথিবীৰ ২৫ টা জৈৱ-বৈচিত্রৰ হটস্পটৰ ভিতৰত ভাৰতৰ জৈৱ বৈচিত্র হটস্পটৰ সংখ্যা কিমান ?
48.
ব্রাজিলত পৰিৱেশ সম্পর্কীয় আৰু জৈৱ বৈচিত্র ৰক্ষাৰ ওপৰত অনুষ্ঠিত আন্তঃজার্তিক সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?
49.
জৈৱ বৈচিত্র ৰক্ষা চুক্তি স্বাক্ষৰিত হোৱা পৰিৱেশ সন্মিলনখন কত অনুষ্ঠিত হৈছিল ?
50.
বর্তমান ভাৰতৰ বনভূমিৰ সংখ্যা কিমান ?