Environmental Science MCQ
21.
ভাৰতৰ সর্বাধিক ধপাত উৎপাদনকাৰী ৰাজ্য কোনখন ?
22.
তলৰ কোনখন মালভূমি খনিপ্রধান অঞ্চল হিচাপে বিশ্ব বিখ্যাত ?
23.
ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ?
24.
ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটো কি ?
25.
ভাৰতৰ কোন ঠাইত নিস্কলংক তীখা প্রস্তুত কৰা হয় ?
26.
ভাৰতৰ সর্বাধিক কৃষিভূমিত জলসিঞ্চনৰ মাধ্যম হৈছে-
27.
ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি ?
28.
ভাক্রা-নাংগল বান্ধ কোন নদীত নির্মান কৰা হৈছে ?
29.
ভাৰতৰ খনিত সঞ্চিত লো-আকৰৰ পৰিমাণ প্রায়-
30.
অসমত ব্রহ্মপুত্র উপত্যকাৰ দৈঘ্য কিমান ?