20 ExamPoint | Assam Direct Recruitment MCQs

21.  
ভাৰতৰ সর্বাধিক ধপাত উৎপাদনকাৰী ৰাজ্য কোনখন ?

A. উৰিষ্যা

B. অন্ধ্রপ্রদেশ

C. মধ্যপ্রদেশ

D. উত্তৰপ্রদেশ

Answer : Option B

View Answer

22.  
তলৰ কোনখন মালভূমি খনিপ্রধান অঞ্চল হিচাপে বিশ্ব বিখ্যাত ?

A. শ্বিলং

B. মালৱা

C. ছোটনাগপুৰ

D. দাক্ষিণাত্য

Answer : Option C

View Answer

23.  
ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ?

A. কেৰালা

B. অসম

C. কর্ণাটক

D. হিমাচল প্রদেশ

Answer : Option A

View Answer

24.  
ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটো কি ?

A. শ্রী লংকা

B. আন্দামান নিকোবৰ

C. মাদাগাস্কাৰ

D. মৰিচাছ

Answer : Option C

View Answer

25.  
ভাৰতৰ কোন ঠাইত নিস্কলংক তীখা প্রস্তুত কৰা হয় ?

A. জামছেদপুৰ

B. দুর্গাপুৰ

C. খড়্গপুৰ

D. ৰায়পুৰ

Answer : Option B

View Answer

26.  
ভাৰতৰ সর্বাধিক কৃষিভূমিত জলসিঞ্চনৰ মাধ্যম হৈছে-

A. নাদ

B. খাল

C. জলধাৰা

D. এটাও নহয়

Answer : Option A

View Answer

27.  
ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি ?

A. হাওৰা

B. কটক

C. মোগলচৰাই

D. গোৰখপুৰ

Answer : Option C

View Answer

28.  
ভাক্রা-নাংগল বান্ধ কোন নদীত নির্মান কৰা হৈছে ?

A. চেনাব

B. চুটলেজ

C. ৰবি

D. যমুনা

Answer : Option B

View Answer

29.  
ভাৰতৰ খনিত সঞ্চিত লো-আকৰৰ পৰিমাণ প্রায়-

A. ১৭৫৭ কোটি টন

B. ১৭৪৬ কোটি টন

C. ১৭৮৬ কোটি টন

D. ১৬৯০ কোটি টন

Answer : Option A

View Answer

30.  
অসমত ব্রহ্মপুত্র উপত্যকাৰ দৈঘ্য কিমান ?

A. ৬২০ কিলোমিটাৰ

B. ৭২০ কিলোমিটাৰ

C. ৫২০ কিলোমিটাৰ

D. ৫৮০ কিলোমিটাৰ

Answer : Option B

View Answer