90 ExamPoint | Assam Direct Recruitment MCQs

91.  
পৃথিৱীৰ সর্বাধিক বৰষুণ হােৱা ঠাই হল

A. চুৰাট

B. জয়পুৰ

C. মৌচিনৰাম

D. অমৃতসৰ

Answer : Option C

View Answer

92.  
কোনখন মহাদেশক বিষুৱৰেখাই প্রায় সমানে দুভাগত ভাগ কৰিছে

A. উত্তৰ আমেৰিকা

B. এছিয়া

C. অষ্ট্রেলিয়া

D. আফ্রিকা

Answer : Option D

View Answer

93.  
অনাবৃষ্টিৰ প্ৰধান কাৰক হ'ল

A. গােলকীয় উষ্ণতা

B. ভূমিস্খলন

C. মৌচুমীৰ দিশ পৰিৱৰ্তন

D. এই সকলাে

Answer : Option D

View Answer

94.  
স্কুলৰ জিৰণিৰ সময়ছােৱাত আপুনি কি কৰে?

A. শিক্ষকৰ কোঠাত জিৰণি লয়

B. পুথিভঁৰালত গৈ আলােচনী পঢ়ে

C. কার্যালয়ৰ কৰ্মচাৰীৰ লগত কথা পাতে

D. শিক্ষার্থীৰ ঘৰত কাম পৰীক্ষা কৰে

Answer : Option D

View Answer

95.  
আপুনি শিক্ষকৰ বৃত্তিটো ভাল পায় কাৰণ

A. দায়িত্ব যথেষ্ট কম

B. আপুনি বৃত্তিটোৰ প্রতি আগ্রহী

C. ই এক সহজ বৃত্তি

D. এই বৃত্তিত যথেষ্ট বন্ধ আছে

Answer : Option B

View Answer

96.  
শিক্ষার্থীয়ে সফলতা লাভ কৰিবৰ বাবে কিদৰে অনুপ্রাণিত কৰিব?

A. নির্বাচিত অধ্যয়নৰ ব্যৱস্থা

B. আবৃত্তিৰ জৰিয়তে শিকা

C. গভীৰ অধ্যয়নৰ বাবে ঐকান্তিক চেষ্টা কৰা

D. প্রাসংগিক অধ্যয়ন

Answer : Option C

View Answer

97.  
শিশুৰ বিদ্যালয়ত অনুপস্থিতিৰ প্রৱণতাৰ বাবে এজন শিক্ষক হিচাপে আপুনি ভাবে

A. বিদ্যালয়ৰ প্রধান শিক্ষক আৰু অভিভাৱক চিন্তিত হােৱা উচিত

B. বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা অনুশাসন ভংগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে

C. শিক্ষকজনে ইয়াক এক জটিল সমস্যা হিচাপে গণ্য কৰিব লাগে

D. তেনে শিশুক নিতৌ উপস্থিত থকা শিশুতকৈ কম গুৰুত্ব দিব লাগে

Answer : Option C

View Answer

98.  
যেতিয়া কোনাে শিক্ষার্থীয়ে শিক্ষকে শিকোৱা ধৰণে বা কিতাপত থকা ধৰণে কোনাে প্রশ্নৰ উত্তৰ লিখাতকে পৃথকভাৱে লিখিবলৈ চেষ্টা কৰে তেওঁক আপুনি

A. আন কিতাপ আদি পঢ়িবলৈ উৎসাহিত নকৰিব

B. নির্দিষ্ট বিষয়ৰ লগত সংগতি থকা আন কিতাপ পঢ়িবলৈ উৎসাহিত কৰিব

C. শ্ৰেণীৰ শেষত শিক্ষকৰ লগত আলােচনা কৰিবলৈ ক'ব

D. পৰীক্ষাত সৰহ নম্বৰ পাবৰ বাবে শ্রেণীত দিয়া টোকা অনুসৰণ কৰিবলৈ ক'ব

Answer : Option B

View Answer

99.  
অভিজ্ঞ শিক্ষকক নির্দিষ্ট পাঠ শিক্ষণৰ ক্ষেত্ৰত সম্পূর্ণ পাঠ আঁচনিৰ (Lesson Plan) প্রয়ােজন নহয়, কাৰণ

A. তেওঁলােকে পাঠ আঁচনি নােহােৱাকৈয়াে ভালদৰে পঢ়াব পাৰে

B. শ্রেণীকোঠাত অনুসন্ধিৎসু শিক্ষার্থীৰ অভাৱ

C. যেতিয়া তেওঁলােকে কিবা ভুল কৰে, শিক্ষার্থীৰ ফালৰ পৰা কোনাে প্রশ্ন নাহে বা সমস্যাৰ সন্মুখীন নহয়

D. অভিজ্ঞতাৰ জৰিয়তে বিষয় সম্বন্ধে বিশদ জ্ঞানেৰে সমৃদ্ধ হােৱা বাবে

Answer : Option D

View Answer

100.  
শিক্ষকৰ সৰাততকৈ কৰণীয় হ’ল

A. শ্ৰেণীকোঠাৰ অনুশাসন বৰ্তাই ৰখাত

B. শ্রেণী কোঠাত নিয়মানুৱৰ্তি (Punctual) বজাই ৰখা

C. শিশুৰ জটিলতা আঁতৰােৱা

D. খুব ভাল বক্তা

Answer : Option C

View Answer