Environmental Science MCQ
111.
View Answer
তলৰ কোনটো অমিল
A. সুন্দৰবন — ঢেকীয়পতীয়া বাঘ
B. পেৰিয়াৰ — হাতী
C. কচ্ছৰান — বনৰীয়া গাধ
D. দক্ষিগাম — সৰু নাহৰফুটুকী
Answer : Option D
112.
View Answer
ডি ডি টি প্ৰদূষণৰ এবিধ প্রধান উৎস কাৰণ
A. সাগৰীয় প্ৰাণীৰ মৃত্যু ঘটায়
B. কীট-পতংগৰ মৃত্যু ঘটায়
C. জৈৱিকভাৱে জীণ নাযায়
D. কিছুমান অতিকে গুৰুত্বপূর্ণ প্রজাতি ধ্বংসৰ কাৰণ
Answer : Option D
113.
View Answer
প্ৰদূষণ সম্পৰ্কত কোনটো অশুদ্ধ
A. প্লাষ্টিক জৈৱিকভাৱে জীন নাযায়
B. জলীয় বাষ্প, ধোঁৱা আদিয়ে ধোঁৱাৰ কুণ্ডলী সৃষ্টি কৰে
C. অজন স্তৰে আয়নােস্ফেয়াৰক সুৰক্ষা দিয়ে
D. PAN (পেৰােক্সিএক্সিল নাইট্রেট)য়ে ফটো ছিন্থেছিচত অপকাৰ সাধে
Answer : Option D
114.
ৰাষ্ট্ৰসংঘত কেইটা ভাষা ব্যৱহৃত হয়
115.
View Answer
নিম্ন লিখিত কোনবিধ মাটিৰ সংমিশ্রণ গছৰ বাবে উত্তম?
A. আলতীয়া আৰু শিলগুটি
B. বালিচহীয়া আৰু শিলগুটি
C. বালিহীয়া, হিউমাছ আৰু শিল
D. বালিহীয়া, হিউমাছ আৰু আলতীয়া
Answer : Option D
116.
View Answer
জীৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজাবৰ বাবে ব্যৱহাৰ হােৱা শব্দ বা শব্দ সমষ্টি হৈছে
A. উদ্ভিদ বৈচিত্র্য
B. প্রাণী বৈচিত্র্য
C. জৈৱ বৈচিত্র্য
D. পৰিস্থিতি তন্ত্র বৈচিত্র্য
Answer : Option C
117.
তুলৰ কোনবিধ জীৱাশ্ম ইন্ধন নহয় ?
118.
সােণালী বান্দৰ _ প্রজাতিৰ জন্তু
119.
লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি হয়?
120.
‘নামদাফা’ উত্তৰ-পূব ভাৰতৰ এক _ প্রকল্প