Environmental Science MCQ
121.
‘চিপকো আন্দোলন’ ৰ লগত জড়িত তলত উল্লেখ কৰা কোনজন ব্যক্তিক ২০০৯ চনৰ পদ্মবিভূষণ সম্মান প্রদান কৰা হৈছিল?
122.
View Answer
বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লােৱা সংগঠন
A. সদৌ অসম ছাত্ৰ সন্থা
B. সদৌ বড়াে ছাত্ৰ সন্থা
C. কৃষক মুক্তি সংগ্রাম সমিতি
D. চিপকো আন্দোলন
Answer : Option C
123.
View Answer
ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
A. ডঃ এম এছ স্বামীনাথন
B. চি ভি মন
C. এ পি জে আব্দুল কালাম
D. আৰ ভেংকট স্বামী
Answer : Option A
124.
সুস্থ পৰিৱেশৰ বাবে কোনাে এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে ?
125.
View Answer
খাদ্যৰ সংৰক্ষণ আৰু মজুতকৰণৰ মূল উদ্দেশ্য হ’ল
A. খাদ্যত সৃষ্টি হ’ব পৰা বেক্টেৰীয়া ধ্বংস কৰা
B. খাদ্য শীতল কৰি খােৱা
C. খাদ্য গৰম কৰি খােৱা
D. আচাৰ কৰি খােৱা
Answer : Option A
126.
View Answer
সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যােগায়?
A. সামাজিক ভুল বুজাবুজি
B. সামাজিক ঐতিহ্য আৰু পৰিচয়
C. নৈতিকতাৰ অৱনতি
D. অর্থনৈতিক উন্নয়নত বাধা
Answer : Option B
127.
বর্তমান সময়ত বায়ুমণ্ডলত তলৰ কোনবিধ গেছৰ অত্যধিক উপস্থিতিয়ে বায়ু প্ৰদূষণক সংকটজনক অবস্থাত উপনীত কৰাইছে?
128.
কোন চনত ‘পৰিৱেশ (সুৰক্ষা) আইন’ প্ৰৱৰ্তন কৰা হৈছিল ?
129.
View Answer
তলত উল্লেখ কৰা কোন তিনিটা উপাদানৰ অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়
A. বায়ু, জল আৰু বস্ত্র
B. বায়ু, পানী আৰু নিৰাপত্তা
C. বায়ু, পানী আৰু মাটি
D. বায়ু, পানী আৰু আহাৰ
Answer : Option D
130.
View Answer
বতৰৰ পৰিঘটনাৰােৰ ক'ত ঘটে?
A. ষ্ট্ৰেটোস্ফিয়াৰত
B. মেছােস্ফিয়াৰত
C. ট্রপােস্ফিয়াৰত
D. তার্মোস্ফিয়াৰত
Answer : Option C