140 ExamPoint | Assam Direct Recruitment MCQs

141.  
বতৰ নিৰূপক কৃত্রিম উপগ্রহ সর্বপ্রথমে উৎক্ষেপণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰহ। এইখন দেশে কোন চনত এই উপগ্রহ উৎক্ষেপণ কৰে?

A. ১৯৬২ চনত

B. ১৯৫৯ চনত

C. ১৯৬৯ চনত

D. ১৯৬০ চনত

Answer : Option D

View Answer

142.  
ভূ-পৃষ্ঠৰ গাতে লাগি থকা বায়ুস্তৰটো হ'ল

A. ষ্ট্ৰেটোস্ফিয়াৰ

B. মেছােস্ফিয়াৰ

C. ট্রপােস্ফিয়াৰ

D. থার্মোস্ফিয়াৰ

Answer : Option C

View Answer

143.  
কেঁচুসাৰ উৎপাদনত প্রধান ভূমিকা লয়

A. মাটিয়ে

B. কেঁচুৱে

C. ভেকুঁৰে

D. বেক্টেৰিয়াই

Answer : Option B

View Answer

144.  
আমাৰ দেশত বন মহােৎসৱ পালন কৰা হয়

A. ৮ জুলাইত

B. ২২ জুলাইত

C. ৫ জুনত

D. ১ জুলাইত

Answer : Option D

View Answer

145.  
উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড’ বুলি কোৱা হয়?

A. গুৱাহাটী

B. ছিলং

C. আইজল

D. ইম্ফল

Answer : Option B

View Answer

146.  
পৃথিৱীৰ আটাইতকৈ নিকটৱর্তী গ্ৰহটো হ'ল

A. বুধ

B. শুক্র

C. মঙ্গল

D. বৃহস্পতি

Answer : Option B

View Answer

147.  
পুৰণি সভ্যতাবােৰ ক’ত গঢ়ি উঠিছিল

A. সাগৰৰ পাৰত

B. বনাঞ্চলত

C. মৰুভূমিত

D. নৈৰপাৰত

Answer : Option D

View Answer

148.  
জধেমধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পােন প্রথমবাৰ কোনে আন্দোলন কৰিছিল?

A. মেধা পাটেকাৰ

B. সুন্দৰলাল বহুগুণা

C. আন্না হাজাৰে

D. বিষ্ণৌ সম্প্রদায়ৰ লােকে

Answer : Option D

View Answer

149.  
বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু প্রাণী বে-আইনীভাৱে সংগ্রহ কৰি চলােৱা ব্যৱসায়ক ক'ব পাৰি

A. জীৱ ৰূপান্তৰ

B. জীৱ লুণ্ঠন

C. জীৱ সংবেদক

D. জীৱ সংগ্রাহক

Answer : Option B

View Answer

150.  
নর্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল

A. সুন্দৰলাল বহুগুণা

B. মেধা পাটেকাৰ

C. অখিল গগৈ

D. মেনকা গান্ধী

Answer : Option B

View Answer