Environmental Science MCQ
151.
তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয়
152.
তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস
153.
অজৈৱিক পৰিৱেশৰ অন্তর্ভুক্ত নহয়
154.
তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া ?
155.
পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল
156.
তলৰ কোন প্রকাৰৰ জীৱই পােহৰক খাদ্যলৈ ৰূপান্তৰ কৰে?
157.
বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহা বিস্ফোৰণবাদ সূত্ৰটো কোনে আগবঢ়াইছিল
158.
মৰুভূমিৰ উষ্ণতা সহ্য কৰিব পৰা এবিধ জন্তু
159.
ভাৰতবৰ্ষই প্ৰেৰণ কৰা তলৰ কোনটো কৃত্রিম উপগ্রহ নহয় ?
160.
দূষিত পানীৰ দ্বাৰা বিয়পা ৰােগবিধ হ’ল