170 ExamPoint | Assam Direct Recruitment MCQs

171.  
পৰিৱেশ উন্নয়নৰ বাবে ১৯৭১ চনত গঠিত ‘গ্রীনপিছ ইণ্টাৰনেশ্যনেল’ হ’ল

A. চৰকাৰী সংগঠন

B. স্বেচ্ছাসেৱী সংগঠন

C. অর্ধচৰকাৰী সংগঠন

D. এটা আন্দোলন

Answer : Option B

View Answer

172.  
গ্রীষ্মকালত পৃথিৱীখন

A. সূৰ্যৰ ওচৰত থাকে

B. সূৰ্যৰ পৰা দূৰত থাকে

C. চন্দ্ৰৰ ওচৰত থাকে

D. চন্দ্ৰৰ পৰা দূৰত থাকে

Answer : Option A

View Answer

173.  
তলৰ কোনজন ভাৰতীয় বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানত ন'বেল বঁটা পাইছিল

A. হৰগােবিন্দ খােৰানা

B. এলবার্ট আইনষ্টাইন

C. ছাৰ আইজাক নিউটন

D. গেলিলিঅ’ গেলিলি

Answer : Option A

View Answer

174.  
পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ প্ৰৱল ?

A. কানাডা

B. ব্রাজিল

C. ইৰাক

D. জাপান

Answer : Option D

View Answer

175.  
বৰ্ষাৰণ্যবােৰত থকা কিছুমান প্রজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ

A. নির্বনানীকৰণ

B. ভূমিস্খলন

C. মানুহৰ প্ৰব্ৰজন

D. অধিক বনানীকৰণ

Answer : Option A

View Answer

176.  
অসমৰ আটাইতকৈ পুৰণি তেল শােধনাগাৰ কোনটো?

A. গুৱাহাটী

B. ডিগবৈ

C. বঙাইগাঁও

D. নুমলিগড়

Answer : Option B

View Answer

177.  
পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে ?

A. জুম

B. তৰপ পদ্ধতি

C. মিশ্র পদ্ধতি

D. হালবােৱা

Answer : Option B

View Answer

178.  
খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী

A. উত্তৰ প্ৰদেশ

B. উৰিষ্যা

C. অসম

D. অন্ধ্র প্রদেশ

Answer : Option A

View Answer

179.  
ভাৰতত সাম্প্রতিক কালত কোনবিধ প্রাণী বিলুপ্ত হৈছে

A. শিয়াল

B. চিতাবাঘ

C. নেউল

D. নীল গাই

Answer : Option B

View Answer

180.  
দেহত আইৰণৰ অভাৱত হােৱা ৰােগবিধ কি?

A. এনকেফেলাইটিছ

B. এনিমিয়া

C. গলগণ্ড

D. মধুমেহ

Answer : Option B

View Answer