Environmental Science MCQ
171.
View Answer
পৰিৱেশ উন্নয়নৰ বাবে ১৯৭১ চনত গঠিত ‘গ্রীনপিছ ইণ্টাৰনেশ্যনেল’ হ’ল
A. চৰকাৰী সংগঠন
B. স্বেচ্ছাসেৱী সংগঠন
C. অর্ধচৰকাৰী সংগঠন
D. এটা আন্দোলন
Answer : Option B
172.
View Answer
গ্রীষ্মকালত পৃথিৱীখন
A. সূৰ্যৰ ওচৰত থাকে
B. সূৰ্যৰ পৰা দূৰত থাকে
C. চন্দ্ৰৰ ওচৰত থাকে
D. চন্দ্ৰৰ পৰা দূৰত থাকে
Answer : Option A
173.
View Answer
তলৰ কোনজন ভাৰতীয় বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানত ন'বেল বঁটা পাইছিল
A. হৰগােবিন্দ খােৰানা
B. এলবার্ট আইনষ্টাইন
C. ছাৰ আইজাক নিউটন
D. গেলিলিঅ’ গেলিলি
Answer : Option A
174.
পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ প্ৰৱল ?
175.
বৰ্ষাৰণ্যবােৰত থকা কিছুমান প্রজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ
176.
অসমৰ আটাইতকৈ পুৰণি তেল শােধনাগাৰ কোনটো?
177.
পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে ?
178.
খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী
179.
ভাৰতত সাম্প্রতিক কালত কোনবিধ প্রাণী বিলুপ্ত হৈছে
180.
দেহত আইৰণৰ অভাৱত হােৱা ৰােগবিধ কি?