190 ExamPoint | Assam Direct Recruitment MCQs

191.  
কোনবিধ বৰ্গৰ প্রাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে

A. স্তন্যপায়ী

B. মৎস্য

C. সৰীসৃপ

D. পক্ষী

Answer : Option C

View Answer

192.  
বায়ুমণ্ডলৰ কোনটো স্তৰত অ'জন তৰপ থাকে

A. ট্ৰপস্ফিয়াৰ

B. ষ্ট্রেট’স্ফিয়াৰ

C. আয়ন’স্ফিয়াৰ

D. থার্মস্ফিয়াৰ

Answer : Option B

View Answer

193.  
উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্রায় উদ্ভিদ হৈছে

A. ভােট এৰা

B. আমলখি

C. কলচী উদ্ভিদ

D. শিমলু

Answer : Option C

View Answer

194.  
অসমত কিয় সঘনে বানপানী হয়?

A. বৰষুণ বেছি হয় কাৰণে

B. নির্বনানীকৰণ আৰু ভূমিস্খলনৰ কাৰণে

C. মথাউৰি বন্ধাৰ ফলত নদীৰ পানী মুক্তভাৱে ওলাই যাব নােৱৰা বাবে

D. এই আটাইকেইটা কাৰণতে

Answer : Option D

View Answer

195.  
ভূমি অৱনমন কি কাৰণে হ'ব পাৰে

A. ভূমি প্ৰদূষণ

B. জল আবদ্ধকৰণ

C. ভূমিস্থলন

D. এই আটাইকেইটা হয়

Answer : Option D

View Answer

196.  
ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?

A. ড° এম এছ স্বামীনাথন

B. চি. ভি. ৰমণ

C. ড° জগদীশ চন্দ্র বসু

D. আৰ ভেংকটস্বামী

Answer : Option A

View Answer

197.  
ধৰিত্ৰী দিৱস

A. ১৫ জুন

B. ২২ এপ্রিল

C. ৫ জুলাই

D. ১৫ জুলাই

Answer : Option B

View Answer

198.  
ব্রহ্মপুত্র নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ

A. মাজেদি

B. উত্তৰেদি

C. দক্ষিণেদি

D. আঁতৰেদি

Answer : Option B

View Answer

199.  
তলত দিয়া কোনবিধ গেছে অʼজন বিনষ্ট নকৰে

A. ক্ল’ৰফ্ল’ৰ’ কার্বন

B. মিথেন

C. নাইট্রাছ অক্সাইড

D. হাইড্রজেন

Answer : Option D

View Answer

200.  
চুনামি কি

A. সাগৰীয় ঢৌ

B. মহাসাগৰীয় ঢৌ

C. সমুদ্রত ভূমিকম্প হােৱাৰ ফলত সৃষ্টি হােৱা বিধ্বংসী সাগৰীয় ঢৌ

D. এবিধ ধুমুহা

Answer : Option C

View Answer