Environmental Science MCQ
191.
কোনবিধ বৰ্গৰ প্রাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে
192.
বায়ুমণ্ডলৰ কোনটো স্তৰত অ'জন তৰপ থাকে
193.
উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্রায় উদ্ভিদ হৈছে
194.
View Answer
অসমত কিয় সঘনে বানপানী হয়?
A. বৰষুণ বেছি হয় কাৰণে
B. নির্বনানীকৰণ আৰু ভূমিস্খলনৰ কাৰণে
C. মথাউৰি বন্ধাৰ ফলত নদীৰ পানী মুক্তভাৱে ওলাই যাব নােৱৰা বাবে
D. এই আটাইকেইটা কাৰণতে
Answer : Option D
195.
ভূমি অৱনমন কি কাৰণে হ'ব পাৰে
196.
View Answer
ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
A. ড° এম এছ স্বামীনাথন
B. চি. ভি. ৰমণ
C. ড° জগদীশ চন্দ্র বসু
D. আৰ ভেংকটস্বামী
Answer : Option A
198.
ব্রহ্মপুত্র নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ
199.
তলত দিয়া কোনবিধ গেছে অʼজন বিনষ্ট নকৰে
200.
View Answer
চুনামি কি
A. সাগৰীয় ঢৌ
B. মহাসাগৰীয় ঢৌ
C. সমুদ্রত ভূমিকম্প হােৱাৰ ফলত সৃষ্টি হােৱা বিধ্বংসী সাগৰীয় ঢৌ
D. এবিধ ধুমুহা
Answer : Option C