180 ExamPoint | Assam Direct Recruitment MCQs

181.  
আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক’ত পােৱা যায় ?

A. মেৰুৰবৰফ আৰু হিমবাহ

B. নদী

C. সাগৰ

D. হ্রদ

Answer : Option A

View Answer

182.  
পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?

A. ৭০

B. ৯৭

C. ৬০

D. ৫০

Answer : Option B

View Answer

183.  
খাদ্য শৃংখলত শক্তি কিদৰে প্ৰৱেশ কৰে?

A. বিয়ােজকৰ যােগেদি

B. উৎপাদকৰ যােগেদি

C. প্রাথমিক উপভােক্তাৰ যােগেদি

D. গৌণ উপভােক্তাৰ যােগেদি

Answer : Option B

View Answer

184.  
তলত দিয়া কোনবিধ সঁজুলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়

A. থামিটাৰ

B. পাইৰ'মিটাৰ

C. বেৰʼমিটাৰ

D. ছিছমােগ্রাফ

Answer : Option D

View Answer

185.  
বহুতাে সম্প্রদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বােলে ?

A. পৰিস্থিতি তন্ত্র

B. বায়ম

C. জৈৱ মণ্ডল

D. নিচি

Answer : Option B

View Answer

186.  
বায়ুমণ্ডলত নাইট্রজেনৰ শতকৰা পৰিমাণ কিমান?

A. ৬৮

B. ৮৮

C. ৭৮

D. ৫৮

Answer : Option C

View Answer

187.  
হিউমাছ কি?

A. এজাতিৰ মানুহ

B. আদ্রর্তাৰ এটা অৱস্থা

C. মাটিৰ ওপৰৰ বালিভাগ

D. মাটি থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে

Answer : Option D

View Answer

188.  
ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?

A. সম্পূর্ণ পৰিস্থিতি তন্ত্র

B. উদ্ভিদ আৰু প্রাণী

C. অকল প্রাণী

D. অকল উদ্ভিদ

Answer : Option B

View Answer

189.  
কোনবােৰ দেশত জনসংখ্যা ৰোধ কৰিব পৰা হৈছে

A. যিকোনাে দেশতে হ’ব পাৰে

B. দুখীয়া দেশত

C. উন্নয়নশীল দেশত

D. উন্নত দেশত

Answer : Option D

View Answer

190.  
কীটনাশকবােৰ কি

A. শস্য আক্রমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা এবিধ ৰাসায়নিক পদার্থ

B. দাঁত পৰিষ্কাৰ কৰা দৰৱ

C. এক প্রকাৰ জৈৱ সাৰ

D. পৰিৱেশ নষ্ট নকৰা এবিধ পদার্থ

Answer : Option A

View Answer