Environmental Science MCQ
181.
আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক’ত পােৱা যায় ?
182.
পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?
183.
View Answer
খাদ্য শৃংখলত শক্তি কিদৰে প্ৰৱেশ কৰে?
A. বিয়ােজকৰ যােগেদি
B. উৎপাদকৰ যােগেদি
C. প্রাথমিক উপভােক্তাৰ যােগেদি
D. গৌণ উপভােক্তাৰ যােগেদি
Answer : Option B
184.
তলত দিয়া কোনবিধ সঁজুলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়
185.
বহুতাে সম্প্রদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বােলে ?
186.
বায়ুমণ্ডলত নাইট্রজেনৰ শতকৰা পৰিমাণ কিমান?
187.
View Answer
হিউমাছ কি?
A. এজাতিৰ মানুহ
B. আদ্রর্তাৰ এটা অৱস্থা
C. মাটিৰ ওপৰৰ বালিভাগ
D. মাটি থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে
Answer : Option D
188.
View Answer
ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?
A. সম্পূর্ণ পৰিস্থিতি তন্ত্র
B. উদ্ভিদ আৰু প্রাণী
C. অকল প্রাণী
D. অকল উদ্ভিদ
Answer : Option B
189.
View Answer
কোনবােৰ দেশত জনসংখ্যা ৰোধ কৰিব পৰা হৈছে
A. যিকোনাে দেশতে হ’ব পাৰে
B. দুখীয়া দেশত
C. উন্নয়নশীল দেশত
D. উন্নত দেশত
Answer : Option D
190.
View Answer
কীটনাশকবােৰ কি
A. শস্য আক্রমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা এবিধ ৰাসায়নিক পদার্থ
B. দাঁত পৰিষ্কাৰ কৰা দৰৱ
C. এক প্রকাৰ জৈৱ সাৰ
D. পৰিৱেশ নষ্ট নকৰা এবিধ পদার্থ
Answer : Option A