130 ExamPoint | Assam Direct Recruitment MCQs

131.  
মাজে মাজে কিছু ঠাইত এচিদ বৰষুণ (acid rain) হােৱা শুনা যায়। কি কাৰণত এনে এচিদ বৰষুণ হয়?

A. কার্বন ডাই-অক্সাইড আৰু কার্বন মনােক্সাইডৰ বাবে

B. নাইট্রোজেন অক্সাইড আৰু কার্বন মনােক্সাইডৰ বাবে

C. ছালফাৰ ডাই-অক্সাইড আৰু হাইড্রোজেন ক্লৰাইড

D. ছালফাৰ ডাই-অক্সাইড আৰু নাইট্রোজেন অক্সাইড

Answer : Option D

View Answer

132.  
মানৱ শৰীৰৰ _ শতাংশই পানী

A. ৬০ শতাংশ

B. ৭০ শতাংশ

C. ৭৫ শতাংশ

D. ৭৮ শতাংশ

Answer : Option B

View Answer

133.  
আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী (fresh water) ক’ত পােৱা যায় ?

A. মেৰুৰবৰফ আৰু হিমবাহ

B. নদী

C. হ্রদ

D. সাগৰ-মহাসাগৰ

Answer : Option A

View Answer

134.  
সালােক সংশ্লেষণ সংঘটিত হয়

A. মানৱ দেহত

B. উদ্ভিদৰ শিপাত

C. উদ্ভিদৰ গা-গছত

D. উদ্ভিদৰ সেউজীয়া পাতত

Answer : Option D

View Answer

135.  
কি কাৰণত সম্প্রতি নগৰবােৰত জনসংখ্যা বিস্ফোৰণ হােৱা দেখা গৈছে?

A. বয়বস্তুৰ দাম সস্তা

B. পানী-বিজুলী যােগানৰ সুব্যৱস্থা

C. সংস্থাপনৰ পর্যাপ্ত সুবিধা

D. এটাও নহয়

Answer : Option C

View Answer

136.  
সেউজ গৃহ প্ৰভাৱৰ বাবে

A. পৃথিৱীৰ উষ্ণতা একে থাকে

B. পৃথিৱীৰ উষ্ণতা কমে

C. সেউজ গৃহৰ প্রভাব নাই

D. পৃথিৱীৰ উষ্ণতা বাঢ়ে

Answer : Option D

View Answer

137.  
বায়ুত থকা সর্বাধিক পৰিমাণৰ গেছীয় মৌলবিধ কি?

A. হিলিয়াম

B. অক্সিজেন

C. নাইট্রোজেন

D. কার্বন ডাই-অক্সাইড

Answer : Option C

View Answer

138.  
কি ভিটামিনৰ অভাৱত কুকুৰীকণা ৰােগ হয়?

A. ভিটামিন ‘বি’

B. ভিটামিন ‘এ'

C. ভিটামিন ‘চি

D. এটাও নহয়

Answer : Option B

View Answer

139.  
পানীৰ জৰিয়তে সংক্রমিত হ'ব পৰা এবিধ ৰোেগ হ’ল

A. কলেৰা

B. ব্রঙ্কাইটিছ

C. মেলেৰিয়া

D. মূৰৰ বিষ

Answer : Option A

View Answer

140.  
বায়ুৰ জৰিয়তে সংক্রমিত হােৱা ৰােগ

A. ইনফ্লুৱেঞ্জা

B. মেলেৰিয়া

C. কুকুৰীকণা

D. এটাও নহয়

Answer : Option A

View Answer