1.  
পৃথিৱীৰ বুকুত হমিনিড্ নামৰ মানৱ জাতীয় প্রাণীৰ কেতিয়া আবিৰ্ভাৱ হৈছিল?

A. ৬.৬ নিযুত বৰ্ষৰ পূর্বে

B. ৫.৬ নিযুত বৰ্ষৰ পূর্বে

C. ৪.৬ নিযুত বৰ্ষৰ পূর্বে

D. ৫.৫ নিযুত বৰ্বৰ পূর্বে

Answer : Option A

View Answer

2.  
আধুনিক মানৱৰ সৃষ্টি হৈছিল

A. ১,৬০,০০০ বৰ্ষ পূবে

B. ১,৫০,০০০ বর্ষ পূর্বে

C. ১,২০,০০০ বর্ষ পূর্বে

D. ১,০০,০০০ বর্ষ পূর্বে

Answer : Option A

View Answer

3.  
তলৰ কোনটো বিষয় আদিম মানৱৰ জীৱিকাৰ উপায় নাছিল

A. বনৰীয়া ফল-মূল খােৱা

B. শস্য সংগ্রহ

C. ব্যৱসায়

D. চিকাৰ

Answer : Option C

View Answer

4.  
জুইৰ আৱিষ্কাৰত তলৰ কোনটো বিষয়ে সহায় ৰা নাছিল

A. শিলে শিলে ঘঁহনি খাই উঠা জুইৰ ফিৰিঙতি

B. পাহাৰ-পৰ্বতৰ পৰা বাগৰি অহা ভাঙৰ শিলৰ ঘর্বণ

C. শুকান কাঠৰ ঘঁহনিৰ ফলত উঠা জুই আৰু জুই

D. সূৰ্যৰ পােহৰ

Answer : Option D

View Answer

5.  
আদিম মানৱে পোেন প্রথমে হাতিয়াৰ বা অস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্তুটো আছিল

A. লােহা

B. শিল

C. কাঠ

D.

Answer : Option B

View Answer

6.  
প্রস্তুৰ যুগত ইতিহাসবিদসকলে কেইটা ভাগত ভাগ কৰিছে?

A. দুটা

B. তিনিটা

C. চাৰিটা

D. পাঁচটা

Answer : Option B

View Answer

7.  
তলৰ কোনটো যুগ প্রস্তুৰ যুগৰ ভিতৰত নপৰে

A. প্রত্নপ্রস্তৰ যুগ

B. মধ্য প্রত্তৰ যুগ

C. আধুনিক যুগ

D. নৱ প্ৰস্তৰ যুগ

Answer : Option C

View Answer

8.  
বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় প্রত্নপ্রস্তৰ যুগৰ অন্তর্ভুক্ত?

A. ৪,০০,০০০—৩,৫০,০০০ খ্রীঃপূঃ

B. ৩,৫০০,০০০—২,৫০,০০০ খ্রীঃ পূঃ

C. ২,৫০,০০০—১,৫০,০০০ খ্রীঃ পূঃ

D. ১,৫০,০০০—৫০,০০০ খ্রীঃ পূঃ

Answer : Option D

View Answer

9.  
বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় মধ্য প্রস্তৰ যুগৰ অন্তর্ভুক্ত?

A. ৫০,০০০—১০,০০০ খ্রীঃপূঃ

B. ২০,০০০—১০,০০০ খ্রীঃপূঃ

C. ৬০,০০০—৪০,০০০ খ্রীঃপূঃ

D. ১০,০০০—৫,০০০ খ্রীঃপূঃ

Answer : Option A

View Answer

10.  
বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় নৱপ্ৰস্তৰ যুগৰ অন্তর্ভুক্ত?

A. ২০,০০০—১০,০০০ খ্রীঃপূঃ

B. ১০,০০০—৫,০০০ খ্রীঃপূঃ

C. ৫,০০০—২,০০০ খ্রীঃপূঃ

D. ৩০,০০০—৫,০০০ খ্রীঃপূঃ

Answer : Option B

View Answer