ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
261.
View Answer
চীনা পৰিব্রাজক ফাহিয়ান কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল?
A. দ্বিতীয় চন্দ্রগুপ্ত
B. পুৰুগুপ্ত
C. প্রথম কুমাৰ গুপ্ত
D. সমুদ্রগুপ্ত
Answer : Option A
262.
View Answer
গুপ্ত যুগক ভাৰতৰ সােণালী যুগ হিচাপে আখ্যা দিয়াৰ প্ৰধান কাৰণ কি?
A. সাম্রাজ্যৰ সম্প্ৰসাৰণ
B. অর্থনৈতিক উন্নতি
C. শিল্প-ভাস্কর্য, বিজ্ঞান-সংস্কৃত সাহিত্যৰ উন্নতি
D. সমাজবাদী মূল্যবােধৰ উত্তৰণ
Answer : Option C
263.
ওযুগত তলৰ কোনটো ব্যৱস্থা নাছিল
264.
View Answer
ও যুগত ভূমি নীতিৰ প্রধান বৈশিষ্ট্য আছিল
A. জাইগিৰদাৰ প্ৰথাৰ সুচনা
B. ভূমিৰ ৰাজহ বৃদ্ধি
C. ভূমিৰ ৰাজহ হ্রাস
D. মহলৱাৰী ব্যৱস্থা
Answer : Option A
265.
ও যুগত পুনৰজাগৰণ ঘটা ধর্মটো আছিল
266.
ওযুগৰ নৱৰত্বৰ শ্ৰেষ্ঠ ৰত্ন কোন আছিল
267.
বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?