260 ExamPoint | Assam Direct Recruitment MCQs

261.  
চীনা পৰিব্রাজক ফাহিয়ান কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল?

A. দ্বিতীয় চন্দ্রগুপ্ত

B. পুৰুগুপ্ত

C. প্রথম কুমাৰ গুপ্ত

D. সমুদ্রগুপ্ত

Answer : Option A

View Answer

262.  
গুপ্ত যুগক ভাৰতৰ সােণালী যুগ হিচাপে আখ্যা দিয়াৰ প্ৰধান কাৰণ কি?

A. সাম্রাজ্যৰ সম্প্ৰসাৰণ

B. অর্থনৈতিক উন্নতি

C. শিল্প-ভাস্কর্য, বিজ্ঞান-সংস্কৃত সাহিত্যৰ উন্নতি

D. সমাজবাদী মূল্যবােধৰ উত্তৰণ

Answer : Option C

View Answer

263.  
ওযুগত তলৰ কোনটো ব্যৱস্থা নাছিল

A. সতীদাহ প্রথা

B. পর্দা প্রথা

C. দেৱদাসী প্রথা

D. বিধৱা-বিবাহ

Answer : Option B

View Answer

264.  
ও যুগত ভূমি নীতিৰ প্রধান বৈশিষ্ট্য আছিল

A. জাইগিৰদাৰ প্ৰথাৰ সুচনা

B. ভূমিৰ ৰাজহ বৃদ্ধি

C. ভূমিৰ ৰাজহ হ্রাস

D. মহলৱাৰী ব্যৱস্থা

Answer : Option A

View Answer

265.  
ও যুগত পুনৰজাগৰণ ঘটা ধর্মটো আছিল

A. বৌদ্ধ ধর্ম

B. জৈন ধর্ম

C. ভাগৱত ধর্ম

D. বৈদিক

Answer : Option C

View Answer

266.  
ওযুগৰ নৱৰত্বৰ শ্ৰেষ্ঠ ৰত্ন কোন আছিল

A. বাৎসায়ন

B. কালিদাস

C. বসুবন্ধু

D. বৰাহ মিহিৰ

Answer : Option B

View Answer

267.  
বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

A. ভাস্কৰ বৰ্মন

B. পুষ্য বৰ্মন

C. বল বৰ্মন

D. জুতি বৰ্মন

Answer : Option B

View Answer