ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
251.
কলিংগ যুদ্ধ কৰা মৌর্য সম্রাটগৰাকী আছিল
252.
অশােকে প্রচাৰ কৰা ধর্মটোৰ নাম আছিল
253.
View Answer
‘ধর্মমহামাত্র’ সকলৰ কাম আছিল
A. প্রশাসনীয় দিশত চকু ৰখা
B. প্রজাৰ আর্থিক উন্নতি সাধন কৰা
C. জনসাধাৰণৰ মাজত ধর্মপ্রচাৰ কৰা আৰু প্ৰজাৰ উন্নতি সাধন কৰা
D. সম্রাটৰ পৰামৰ্শদাতা
Answer : Option C
254.
View Answer
তলৰ কোনটোক অশােকৰ এটা প্ৰজাহিতকৰ কাম বুলি গণ্য কৰিব নােৱাৰি
A. তেওঁ কুঁৱা আৰু খাল খন্দাইছিল
B. তেওঁ বাট-পথ সজাইছিল আৰু বাটৰ কাষে কাষে ফল-মূলৰ গছ ৰুইছিল
C. তেওঁ দেশত জীৱহত্যা নিষেধ কৰি দিছিল
D. তেওঁ ৰাজুক আৰু মহামাত্র নিযুক্ত কৰিছিল
Answer : Option C
255.
অশােকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক’ত অনুষ্ঠিত হৈছিল ?
256.
মৌর্য বংশৰ শাসনকালত ভূমিৰ গৰাকী কোন আছিল
257.
মৌর্য বংশৰ ৰাজত্বকালত দেশত কি ভাষা প্রচলিত আছিল
258.
গুপ্তবংশৰ প্রতিষ্ঠাতা আছিল
259.
View Answer
মহাৰাজাধিৰাজ’ উপাধি গ্রহণ কৰা গুপ্তবংশৰ প্রথম সম্রাট আছিল
A. শ্রীগুপ্ত
B. প্রথম চন্দ্রগুপ্ত
C. সমুদ্রগুপ্ত
D. দ্বিতীয় চন্দ্রগুপ্ত
Answer : Option B
260.
View Answer
কোনজন সম্রাটক ভাৰতীয় নেপােলিয়ন বােলা হয় ?
A. প্রথম চন্দ্রগুপ্ত
B. দ্বিতীয় চন্দ্রগুপ্ত
C. সমুদ্রগুপ্ত
D. স্কুণ্ডগুপ্ত
Answer : Option C