250 ExamPoint | Assam Direct Recruitment MCQs

251.  
কলিংগ যুদ্ধ কৰা মৌর্য সম্রাটগৰাকী আছিল

A. অশােক

B. চন্দ্রগুপ্ত মৌর্য

C. বিন্দুসাৰ

D. জলৌক

Answer : Option A

View Answer

252.  
অশােকে প্রচাৰ কৰা ধর্মটোৰ নাম আছিল

A. জৈন ধর্ম

B. বৌদ্ধ ধর্ম

C. শাক্তধর্ম

D. ব্রাহ্মণ্য ধর্ম

Answer : Option B

View Answer

253.  
‘ধর্মমহামাত্র’ সকলৰ কাম আছিল

A. প্রশাসনীয় দিশত চকু ৰখা

B. প্রজাৰ আর্থিক উন্নতি সাধন কৰা

C. জনসাধাৰণৰ মাজত ধর্মপ্রচাৰ কৰা আৰু প্ৰজাৰ উন্নতি সাধন কৰা

D. সম্রাটৰ পৰামৰ্শদাতা

Answer : Option C

View Answer

254.  
তলৰ কোনটোক অশােকৰ এটা প্ৰজাহিতকৰ কাম বুলি গণ্য কৰিব নােৱাৰি

A. তেওঁ কুঁৱা আৰু খাল খন্দাইছিল

B. তেওঁ বাট-পথ সজাইছিল আৰু বাটৰ কাষে কাষে ফল-মূলৰ গছ ৰুইছিল

C. তেওঁ দেশত জীৱহত্যা নিষেধ কৰি দিছিল

D. তেওঁ ৰাজুক আৰু মহামাত্র নিযুক্ত কৰিছিল

Answer : Option C

View Answer

255.  
অশােকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক’ত অনুষ্ঠিত হৈছিল ?

A. কনৌজ

B. পাটলিপুত্র

C. সাৰনাথ

D. বৈশালী

Answer : Option B

View Answer

256.  
মৌর্য বংশৰ শাসনকালত ভূমিৰ গৰাকী কোন আছিল

A. জমিদাৰ

B. ব্যক্তি

C. গাঁও পঞ্চায়ত

D. সম্রাট

Answer : Option D

View Answer

257.  
মৌর্য বংশৰ ৰাজত্বকালত দেশত কি ভাষা প্রচলিত আছিল

A. পালি

B. প্রাকৃত

C. সংস্কৃত

D. তিনিওটা ভাষা

Answer : Option D

View Answer

258.  
গুপ্তবংশৰ প্রতিষ্ঠাতা আছিল

A. শ্রীগুপ্ত

B. প্রথম চন্দ্রগুপ্ত

C. ঘটোৎকচ গুপ্ত

D. ৰামগুপ্ত

Answer : Option A

View Answer

259.  
মহাৰাজাধিৰাজ’ উপাধি গ্রহণ কৰা গুপ্তবংশৰ প্রথম সম্রাট আছিল

A. শ্রীগুপ্ত

B. প্রথম চন্দ্রগুপ্ত

C. সমুদ্রগুপ্ত

D. দ্বিতীয় চন্দ্রগুপ্ত

Answer : Option B

View Answer

260.  
কোনজন সম্রাটক ভাৰতীয় নেপােলিয়ন বােলা হয় ?

A. প্রথম চন্দ্রগুপ্ত

B. দ্বিতীয় চন্দ্রগুপ্ত

C. সমুদ্রগুপ্ত

D. স্কুণ্ডগুপ্ত

Answer : Option C

View Answer