A. জন্মগ্রহণ কৰিছিল ব্রাহ্মণ বংশত
B. জন্মস্থান কপিলাবস্তুৰ লুম্বিনী, মৃত্যুস্থান কুশীনগৰ
C. গৌতম বুদ্ধৰ প্ৰকৃত নাম সিদ্ধার্থ
D. বুদ্ধদেৱে প্ৰথম ধর্মচক্র প্রৱর্তন বা ধর্মমত প্ৰচাৰ কৰিছিল সাৰনাথত
Answer : Option A
A. সৎ বাক্য, সৎ কর্ম
B. সৎ জীৱিকা, সৎ প্রচেষ্টা
C. সৎ ঈশ্বৰ বিশ্বাস, সৎ ঈশ্বৰৰ গুণানুকীর্তন
D. সৎ অভিপ্রায়, সৎ ধ্যান
Answer : Option C
A. ঈশ্বৰ আছে
B. আত্মা আছে
C. আত্মা আছে কিন্তু ঈশ্বৰ সম্পর্কে সকলাে আলােচনাৰ পৰা তেওঁ বিৰত আছিল
D. আত্মা আৰু ঈশ্বৰ সম্পর্কে সকলাে আলােচনাৰ পৰা তেওঁ বিৰত আছিল
Answer : Option D
A. হীনযানৰ মতে বুদ্ধ ঈশ্বৰ, মহাযানৰ মতে বুদ্ধ ঈশ্বৰ নহয়, কিন্তু ঈশ্বৰত্ব প্রাপ্তি কৰে
B. মহাযানৰ মতে বুদ্ধ সমৰ্পণত এজনে মুক্তি পাব পাৰে, হীনযানৰ মতে নিজৰ চেষ্টাৰ বলতহে এজনে মুক্তি পাব পাৰে
C. হীনযানৰ মতে নিজৰ বাবে মুক্তি লাভ কৰিবৰ বাবেই এজনে চেষ্টা কৰিব লাগে, মহাযান'ৰ মতে আনৰ মুক্তিৰ বাবে এজনে চেষ্টা কৰিব লাগে
D. হীনযানৰ মতে আনৰ মুক্তি আৰু মহাযানৰ মতে নিজৰ মুক্তি এজনৰ লক্ষ্য হ'ব লাগে
Answer : Option C