230 ExamPoint | Assam Direct Recruitment MCQs

231.  
গৌতম বুদ্ধৰ মাতৃৰ নাম আছিল

A. মায়া দেৱী

B. জয়া দেৱী

C. প্রভা দেৱী

D. কমলা দেৱী

Answer : Option A

View Answer

232.  
গৌতম বুদ্ধৰ বিষয়ে কোনখন গ্ৰন্থত পােৱা নাযায়

A. মহাবংশ

B. ৰঘুবংশ

C. দ্বীপবংশ

D. জাতক

Answer : Option B

View Answer

233.  
তলৰ কোনখন বৌদ্ধধৰ্মৰ নীতি থকা ত্রিপিটক’ৰ অন্তর্ভুক্ত নহয়

A. বিনয়পিটক

B. সুত্তপিটক

C. জাতক

D. অভিধর্ম পিটক

Answer : Option C

View Answer

234.  
গৌতম বুদ্ধৰ জন্মবৃত্তান্ত তলৰ কোনটি পালিভাষাৰ লিখনিত পােৱা যায়

A. বিনয়পিটক

B. সুত্তপিটক

C. অভিধর্মপিটক

D. জাতক

Answer : Option D

View Answer

235.  
গৌতম বুদ্ধৰ ক্ষেত্ৰত তলৰ কোনটি উক্তি সত্য নহয়

A. জন্মগ্রহণ কৰিছিল ব্রাহ্মণ বংশত

B. জন্মস্থান কপিলাবস্তুৰ লুম্বিনী, মৃত্যুস্থান কুশীনগৰ

C. গৌতম বুদ্ধৰ প্ৰকৃত নাম সিদ্ধার্থ

D. বুদ্ধদেৱে প্ৰথম ধর্মচক্র প্রৱর্তন বা ধর্মমত প্ৰচাৰ কৰিছিল সাৰনাথত

Answer : Option A

View Answer

236.  
তলৰ কোনটো মার্গ বা পথ অষ্টাংগিক মার্গৰ অন্তৰ্গত নহয়

A. সৎ বাক্য, সৎ কর্ম

B. সৎ জীৱিকা, সৎ প্রচেষ্টা

C. সৎ ঈশ্বৰ বিশ্বাস, সৎ ঈশ্বৰৰ গুণানুকীর্তন

D. সৎ অভিপ্রায়, সৎ ধ্যান

Answer : Option C

View Answer

237.  
ঈশ্বৰৰ অস্তিত্ব সম্পর্কে বুদ্ধৰ মত

A. ঈশ্বৰ আছে

B. আত্মা আছে

C. আত্মা আছে কিন্তু ঈশ্বৰ সম্পর্কে সকলাে আলােচনাৰ পৰা তেওঁ বিৰত আছিল

D. আত্মা আৰু ঈশ্বৰ সম্পর্কে সকলাে আলােচনাৰ পৰা তেওঁ বিৰত আছিল

Answer : Option D

View Answer

238.  
বুদ্ধৰ মতে কিহৰ দ্বাৰা ‘নির্বাণ লাভ কৰিব পাৰি

A. ভক্তি

B. জ্ঞান

C. কর্ম

D. তপ

Answer : Option B

View Answer

239.  
বৌদ্ধ ধর্মৰ দুটা ধাৰা হীনযান’ আৰু মহাযান’ৰ মহাযান কোন সম্রাটৰ দিনত সুদৃঢ়কৈ প্রতিষ্ঠিত হয়?

A. বিম্বিসাৰ

B. অজাতশত্রু

C. অশােক

D. কনিষ্ক

Answer : Option D

View Answer

240.  
‘হীনযান’ আৰু ‘মহাযান’ সম্পর্কে তলৰ কোনটি উক্তি সত্য

A. হীনযানৰ মতে বুদ্ধ ঈশ্বৰ, মহাযানৰ মতে বুদ্ধ ঈশ্বৰ নহয়, কিন্তু ঈশ্বৰত্ব প্রাপ্তি কৰে

B. মহাযানৰ মতে বুদ্ধ সমৰ্পণত এজনে মুক্তি পাব পাৰে, হীনযানৰ মতে নিজৰ চেষ্টাৰ বলতহে এজনে মুক্তি পাব পাৰে

C. হীনযানৰ মতে নিজৰ বাবে মুক্তি লাভ কৰিবৰ বাবেই এজনে চেষ্টা কৰিব লাগে, মহাযান'ৰ মতে আনৰ মুক্তিৰ বাবে এজনে চেষ্টা কৰিব লাগে

D. হীনযানৰ মতে আনৰ মুক্তি আৰু মহাযানৰ মতে নিজৰ মুক্তি এজনৰ লক্ষ্য হ'ব লাগে

Answer : Option C

View Answer