ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
221.
View Answer
মহাবীৰৰ মহাপ্রয়াণ ঘটিছিল
A. খ্রীঃ পূঃ ৪৮৭ ত
B. খ্রীঃ পূঃ ৪৬৮ ত
C. খ্রীঃ পূঃ ৪৯০ ত
D. খ্রীঃ পূঃ ৪৮০ ত
Answer : Option B
222.
View Answer
সামাজিক তথা সাংস্কৃতিক দিশত তলৰ কোনটো বিষয়ত জৈন ধৰ্মৰ অৱদান নাই
A. ভাৰতীয় স্থাপত্য
B. দেশীয় ভাষা (মাতৃভাষা)ৰ বিকাশ
C. বিদেশত ভাৰতীয় সংস্কৃতিৰ বিকাশ
D. বাল্যবিবাহ
Answer : Option D
223.
View Answer
জৈন ধর্ম পতনৰ বাবে তলৰ কোনটো কাৰণ সত্য নহয়
A. বিদেশী আক্রমণ
B. ধর্মীয় গুৰু আৰু ৰাজকীয় পৃষ্ঠপােষকতাৰ অভাৱ
C. দুটা ভাগত বিভাজন
D. হিন্দু ধৰ্মৰ পুনৰ উত্থান
Answer : Option A
224.
View Answer
জৈন ধর্ম সম্পর্কে তলৰ কোনটো উক্তি সত্য নহয়
A. জৈন ধর্মত আত্মাৰ অস্তিত্বৰ বিশ্বাস আছে
B. জৈন ধর্মই পূর্বজন্মৰ কৰ্মৰ ফল এই জন্মত ঘটে বুলি বিশ্বাস কৰে
C. জৈন ধৰ্মৰ আদি ধর্মীয় গ্রন্থসমূহ পুৰভাষ বুলি কোৱা হয়
D. জৈনসকলে নাৰীৰ দেৱীত্ব পূজা নকৰে
Answer : Option D
225.
বৌদ্ধ ধর্মৰ প্ৰৱর্তক কোন আছিল
226.
গৌতম বুদ্ধৰ জন্ম হৈছিল
227.
গৌতম বুদ্ধৰ জন্মস্থান আছিল
228.
বুদ্ধদেৱৰ জন্মকুল আছিল
229.
তথাগত’ বুলি কাক কোৱা হৈছিল
230.
গৌতম বুদ্ধৰ পিতৃৰ নাম আছিল