220 ExamPoint | Assam Direct Recruitment MCQs

221.  
মহাবীৰৰ মহাপ্রয়াণ ঘটিছিল

A. খ্রীঃ পূঃ ৪৮৭ ত

B. খ্রীঃ পূঃ ৪৬৮ ত

C. খ্রীঃ পূঃ ৪৯০ ত

D. খ্রীঃ পূঃ ৪৮০ ত

Answer : Option B

View Answer

222.  
সামাজিক তথা সাংস্কৃতিক দিশত তলৰ কোনটো বিষয়ত জৈন ধৰ্মৰ অৱদান নাই

A. ভাৰতীয় স্থাপত্য

B. দেশীয় ভাষা (মাতৃভাষা)ৰ বিকাশ

C. বিদেশত ভাৰতীয় সংস্কৃতিৰ বিকাশ

D. বাল্যবিবাহ

Answer : Option D

View Answer

223.  
জৈন ধর্ম পতনৰ বাবে তলৰ কোনটো কাৰণ সত্য নহয়

A. বিদেশী আক্রমণ

B. ধর্মীয় গুৰু আৰু ৰাজকীয় পৃষ্ঠপােষকতাৰ অভাৱ

C. দুটা ভাগত বিভাজন

D. হিন্দু ধৰ্মৰ পুনৰ উত্থান

Answer : Option A

View Answer

224.  
জৈন ধর্ম সম্পর্কে তলৰ কোনটো উক্তি সত্য নহয়

A. জৈন ধর্মত আত্মাৰ অস্তিত্বৰ বিশ্বাস আছে

B. জৈন ধর্মই পূর্বজন্মৰ কৰ্মৰ ফল এই জন্মত ঘটে বুলি বিশ্বাস কৰে

C. জৈন ধৰ্মৰ আদি ধর্মীয় গ্রন্থসমূহ পুৰভাষ বুলি কোৱা হয়

D. জৈনসকলে নাৰীৰ দেৱীত্ব পূজা নকৰে

Answer : Option D

View Answer

225.  
বৌদ্ধ ধর্মৰ প্ৰৱর্তক কোন আছিল

A. মহাবীৰ

B. গৌতম বুদ্ধ

C. পাণিনি

D. বর্ধমান

Answer : Option B

View Answer

226.  
গৌতম বুদ্ধৰ জন্ম হৈছিল

A. ৪৬৮ খ্রীঃপূঃত

B. ৫৩৯ খ্রীঃপূঃত

C. ৫৬৬ খ্রীঃপূঃত

D. ৫৪৪ খ্রীঃপূঃত

Answer : Option C

View Answer

227.  
গৌতম বুদ্ধৰ জন্মস্থান আছিল

A. লুম্বিনী

B. বৈশালী

C. ৰাজগৃহ

D. কাশী

Answer : Option A

View Answer

228.  
বুদ্ধদেৱৰ জন্মকুল আছিল

A. ব্রাহ্মণ

B. ক্ষত্রিয়

C. বৈশ্যক

D. শূদ্র

Answer : Option B

View Answer

229.  
তথাগত’ বুলি কাক কোৱা হৈছিল

A. মহাবীৰ

B. গুরুনানক

C. বুদ্ধদেৱ

D. শংকৰদেৱ

Answer : Option C

View Answer

230.  
গৌতম বুদ্ধৰ পিতৃৰ নাম আছিল

A. বর্ধমান

B. অধকলম

C. সিদ্ধার্থ

D. শুদ্ধোধন

Answer : Option D

View Answer