ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
241.
View Answer
তলৰ কোনটো উক্তি সত্য নহয়
A. তান্ত্রিক বিশ্বাস হিন্দু ধর্মতেই প্রথমে গঢ় লয়
B. বৌদ্ধ ধর্মতেই প্রথম ধর্মীয় শােভাযাত্রাৰ আয়ােজন কৰা হয়
C. খ্রীষ্টিয় প্রথম শতিকাৰ পিছতেই বৌদ্ধধর্ম এছিয়া মহাদেশৰ দূৰ-দূৰণিলৈ বিয়পি পৰে
D. মহাযান বিশ্বাসৰ ধর্মীয় গ্রন্থসমূহ পালি ভাষাত ৰচা
Answer : Option D
242.
View Answer
বৌদ্ধ ধর্মৰ সফলতাৰ মূল কাৰণ তলৰ কোনটো নহয়
A. ৰাজকীয় পৃষ্ঠপােষকতা
B. বৌদ্ধধর্মৰ ভাবধাৰাই বিদেশৰ লােককো প্ৰভাৱিত কৰে
C. বৌদ্ধ ভিক্ষুসকলৰ সংঘ অতি নিপুণভাৱে সংগঠিত
D. অতি দৃঢ় নিয়মাৱলী আৰু ৰক্ষণশীল মনােভাবাপন্ন
Answer : Option D
243.
নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল?
244.
মৌর্য বংশ প্রতিষ্ঠা কৰিছিল
245.
মৌর্য সাম্রাজ্য প্রতিষ্ঠাৰ চন আছিল
246.
ইণ্ডিকা’ নামৰ গ্ৰন্থখনৰ ৰচক আছিল
247.
অর্থশাস্ত্র’ নামৰ গ্ৰন্থখনৰ ৰচক কোন
248.
অর্থশাস্ত্র’ৰ মূল বিষয়বস্তু কি?
249.
চন্দ্রগুপ্ত মৌর্যই পৰাজিত কৰা গ্ৰীক সেনাপতিগৰাকী আছিল
250.
মৌর্য বংশৰ সর্বশ্রেষ্ঠ ৰজা আছিল