240 ExamPoint | Assam Direct Recruitment MCQs

241.  
তলৰ কোনটো উক্তি সত্য নহয়

A. তান্ত্রিক বিশ্বাস হিন্দু ধর্মতেই প্রথমে গঢ় লয়

B. বৌদ্ধ ধর্মতেই প্রথম ধর্মীয় শােভাযাত্রাৰ আয়ােজন কৰা হয়

C. খ্রীষ্টিয় প্রথম শতিকাৰ পিছতেই বৌদ্ধধর্ম এছিয়া মহাদেশৰ দূৰ-দূৰণিলৈ বিয়পি পৰে

D. মহাযান বিশ্বাসৰ ধর্মীয় গ্রন্থসমূহ পালি ভাষাত ৰচা

Answer : Option D

View Answer

242.  
বৌদ্ধ ধর্মৰ সফলতাৰ মূল কাৰণ তলৰ কোনটো নহয়

A. ৰাজকীয় পৃষ্ঠপােষকতা

B. বৌদ্ধধর্মৰ ভাবধাৰাই বিদেশৰ লােককো প্ৰভাৱিত কৰে

C. বৌদ্ধ ভিক্ষুসকলৰ সংঘ অতি নিপুণভাৱে সংগঠিত

D. অতি দৃঢ় নিয়মাৱলী আৰু ৰক্ষণশীল মনােভাবাপন্ন

Answer : Option D

View Answer

243.  
নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল?

A. মহাপদ্মনন্দ

B. চন্দ্রগুপ্ত মৌর্য

C. আলেকজেণ্ডাৰ

D. অশােক

Answer : Option B

View Answer

244.  
মৌর্য বংশ প্রতিষ্ঠা কৰিছিল

A. দ্বিতীয় চন্দ্রগুপ্ত

B. অজাতশত্রু

C. চন্দ্রগুপ্ত মৌর্য

D. অশােক

Answer : Option C

View Answer

245.  
মৌর্য সাম্রাজ্য প্রতিষ্ঠাৰ চন আছিল

A. ৩২১ খ্রীঃপূঃত

B. ৩০০ খ্রীঃপূঃত

C. ৩২৫ খ্রীঃপূঃত

D. ২৯৯ খ্রীঃপুঃ৩

Answer : Option C

View Answer

246.  
ইণ্ডিকা’ নামৰ গ্ৰন্থখনৰ ৰচক আছিল

A. কৌটিল্য

B. জাষ্টিন

C. বিশাখা দত্ত

D. মেগাস্থেনিচ

Answer : Option D

View Answer

247.  
অর্থশাস্ত্র’ নামৰ গ্ৰন্থখনৰ ৰচক কোন

A. মেগাস্থেনিচ

B. কৌটিল্য

C. প্লুটার্ক

D. কালিদাস

Answer : Option B

View Answer

248.  
অর্থশাস্ত্র’ৰ মূল বিষয়বস্তু কি?

A. অর্থনীতি

B. শব্দ-অর্থ

C. ৰাজনীতি

D. ৰাজনীতি আৰু প্রশাসন

Answer : Option D

View Answer

249.  
চন্দ্রগুপ্ত মৌর্যই পৰাজিত কৰা গ্ৰীক সেনাপতিগৰাকী আছিল

A. মিনান্দাৰ

B. চেলুকচ

C. ফিলিপ

D. আলেকজেণ্ডাৰ

Answer : Option B

View Answer

250.  
মৌর্য বংশৰ সর্বশ্রেষ্ঠ ৰজা আছিল

A. বিন্দুসাৰ

B. চন্দ্রগুপ্ত মৌর্য

C. মহামতি অশোেক

D. বৃহদ্রথ

Answer : Option C

View Answer