210 ExamPoint | Assam Direct Recruitment MCQs

211.  
জৈন ধর্ম সম্পর্কে তলৰ কোনটো উক্তি অশুদ্ধ?

A. বর্ধমান মহাবীৰ জৈন ধৰ্মৰ প্ৰৱর্তক

B. মৌর্য যুগত ইয়াৰ প্ৰচাৰ আটাইতকৈ বেছি হৈছিল

C. জৈন ধর্মত মহাপুৰুষসকলক তীর্থংকৰ বােলে

D. জৈন ধর্মই পুনৰ জীৱন বিশ্বাস নকৰে

Answer : Option D

View Answer

212.  
জৈন ধর্মত মুঠ তীর্থংকৰৰ সংখ্যা হল

A. ২৩ গৰাকী

B. ২৪ গৰাকী

C. ২২ গবাকী

D. ২৫ গৰাকী

Answer : Option B

View Answer

213.  
জৈন ধৰ্মৰ শেষৰগৰাকী তীর্থংকৰ আছিল

A. পার্শ্বনাথ

B. আদিনাথ

C. মহাবীৰ

D. পদ্মনাভ

Answer : Option C

View Answer

214.  
জৈন ধৰ্মৰ মূল তত্ত্ব হল

A. জীৱ বা আত্মাৰ মুক্তি

B. পুনৰ জীৱনত বিশ্বাস

C. বর্ণাশ্রম ধর্ম পালন

D. গুৰু সেবা

Answer : Option A

View Answer

215.  
জৈন ধৰ্মৰ চাৰিটা বিধান বা নীতিক একেলগে কোৱা হয়

A. চতুর্বণ

B. চতুৰাশ্রম

C. চতুস্পদ

D. চতুর্যাম

Answer : Option D

View Answer

216.  
জৈন ধৰ্মৰ মূল চাৰিটা নীতি বা চতুর্যামৰ উপৰি মহাবীৰে যােগ দিয়া নীতিটো আছিল

A. ব্রহ্মচর্য

B. গাইস্থ্য

C. বানপ্রস্থ

D. সন্ন্যাস

Answer : Option A

View Answer

217.  
জৈন ধৰ্মৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য

A. কর্মফলত বিশ্বাস নকৰে

B. কর্মফলত বিশ্বাস কৰে

C. কর্মফলত বিশ্বাস কিছুমানে কৰে, কিছমানে নকৰে

D. ওপৰৰ এটাও সত্য নহয়

Answer : Option B

View Answer

218.  
জৈন ধৰ্মৰ ত্ৰিত্ন’ৰ ভিতৰত তলৰ কোনটো নহয়

A. সৎবিশ্বাস

B. সৎ জ্ঞান

C. গুৰু-দক্ষিণা

D. সৎ আচৰণ

Answer : Option C

View Answer

219.  
তলৰ কোনখন জৈন সাহিত্য নহয়

A. বেদাংগ সূত্র

B. ভগৱতী সূত্র

C. কল্পসূত্র

D. আচাৰংগ সূত্র

Answer : Option A

View Answer

220.  
গৃহস্থীসকলৰ বাবে জৈন ধর্মত তলৰ কোনটো আচৰণ বিধি নাই

A. অনুব্রত

B. গুণব্রত

C. শিক্ষাব্রত

D. সেৱাব্ৰত

Answer : Option D

View Answer