190 ExamPoint | Assam Direct Recruitment MCQs

191.  
চিলাৰায়ক কোনে বন্দী কৰিছিল?

A. খৈয়ামৰ ৰজাই

B. মণিপুৰৰ ৰজাই

C. আহোম ৰজাই

D. গৌড়ৰ ৰজাই

Answer : Option D

View Answer

192.  
কোচ ৰাজ্য বিভাজন কৰি প্ৰথমে কোনে নতুন ৰাজ্য পাতিছিল?

A. নৰসিহংই

B. দ্বিপ সিংহই

C. ৰঘুদেৱ

D. চিলাৰায়

Answer : Option C

View Answer

193.  
কোনজন আহােম ৰজাই নৰনাৰায়ণৰ লগত পৰাজিত হৈ তলতীয়া হৈছিল?

A. চুখাম্‌ফা

B. চুহুংমুং

C. বামুণী কোঁৱৰ

D. ভগা ৰজা

Answer : Option A

View Answer

194.  
চুতীয়া ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল?

A. ৰত্নধ্বজ পাল

B. বীৰ পাল

C. নীতিপাল

D. বিজয়ধ্বজ পাল

Answer : Option B

View Answer

195.  
চুতীয়াসকলে কোন দেৱীৰ পূজা কৰিছিল?

A. কেঁচাইখাতী গােসানী

B. কামাখ্যা দেৱী

C. কালি গাের্সানী

D. দুর্গা দেৱী

Answer : Option A

View Answer

196.  
সতী সাধনী কোন আছিল ?

A. বীৰপালৰ জীয়েক

B. ৰত্নধ্বজ পালৰ বােৱাৰীয়েক

C. নীতিপালৰ ঘৈণীয়েক

D. বিজয়ধ্বজ পালৰ মাক

Answer : Option C

View Answer

197.  
কোনজোন আহোম স্বৰ্গদেৱে চুতীয়া ৰাজ্যৰ পতন ঘটাই আহােম ৰাজ্যৰ লগত চামিল কৰিছিল আৰু শদিয়াত ‘শদিয়াখােৱা গােহাই’ পদৰ সৃষ্টি কৰিছিল?

A. গদাধৰ সিংহ

B. ৰুদ্ৰসিংহ

C. প্রতাপ সিংহ

D. চুহুংমুং

Answer : Option D

View Answer

198.  
কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?

A. মাইবং

B. ডিমাপুৰ

C. খাচপুৰ

D. হাফলং

Answer : Option B

View Answer

199.  
মহাভাৰতৰ কোনগৰাকী মহান বীৰৰ লগত কছাৰীসকলৰ ৰাজ্য ‘হিড়িম্বা’ আৰু ৰজাৰ উপাধি ‘হিড়িম্বেশ্বৰ’ জড়িত?

A. ভীম

B. অর্জুন

C. দুর্যোধন

D. কর্ণ

Answer : Option A

View Answer

200.  
কোন ৰাজবংশই কছাৰী ৰজাক ‘থাপিত-সাঞ্চিত’ হিচাপে পাতিছিল?

A. চুতীয়া

B. জয়ন্তীয়া

C. আহােম

D. কোচ

Answer : Option C

View Answer