ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
171.
কোনজন স্বৰ্গদেউৰ দিনত হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত দন্দুৱা দ্রোহ’ হৈছিল?
172.
প্রতাপ বল্লভ' উপাধি পােৱা বৰফুকনগৰাকী আছিল
174.
মানৰ প্রথম আক্ৰমণৰ সময়ত আহােম স্বৰ্গদেউ আছিল
175.
অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয়
176.
ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হােৱা চনটো আছিল
177.
View Answer
ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
A. মােগল আৰু ইংৰাজৰ মাজত
B. আহােম আৰু মােগলৰ মাজত
C. আহােম আৰু ব্ৰহ্মদেশৰ মানসকলৰ মাজত
D. ইংৰাজ আৰু ব্ৰহ্মদেশৰ মানসকলৰ মাজত
Answer : Option D
178.
বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল?
179.
আহােমসকলৰ শেষ ৰজা আছিল
180.
হক্তিবিদ্যাৰ্ণৰ পুথিখন কাৰ ৰাজত্বকালত ৰচনা কাৰ হৈছিল?