150 ExamPoint | Assam Direct Recruitment MCQs

151.  
মীৰজুমলাৰ লগত অহা কোনজন লেখকে অসমৰ বিস্তৃত বিৱৰণ দি গৈছে?

A. চিহাবুদ্দিন তালিচ

B. মির্জা বেগ

C. ইবন হুছেইন

D. ফাৰহা খাঁ

Answer : Option A

View Answer

152.  
কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

A. ১৬৬১

B. ১৬৭১

C. ১৬৭৩

D. ১৬৮১

Answer : Option B

View Answer

153.  
শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমৰ আৰু মােগলৰ সেনাপতি কোন কোন আছিল?

A. আহােমৰ লাচিত বৰফুকন, মােগলৰ মীৰজুমলা

B. আহােমৰ লাচিত বৰফুকন, মােগলৰ ৰামসিংহ

C. আহােমৰ চক্ৰধ্বজ সিংহ, মােগলৰ মীৰজুমলা

D. আহােমৰ উদয়াদিত্য সিংহ, মােগলৰ ৰামসিংহ

Answer : Option B

View Answer

154.  
শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমৰ স্বৰ্গদেউ আৰু মােগলৰ দিল্লীৰ সম্রাট আছিল

A. মােগল সম্রাট ঔৰংগজেৱ, আহােমৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ

B. মােগলৰ সম্রাট ছাহজাহান, আহােমৰ স্বৰ্গদেউ উদয়াদিত্য সিংহ

C. মােগল সম্রাট জাহাংগীৰ, আহােমৰ স্বৰ্গদেউ জয়ধ্বজ সিংহ

D. মােগল সম্রাট ঔৰংগজেৱ, আহােম স্বৰ্গদেউ উদয়াদিত্য সিংহ

Answer : Option D

View Answer

155.  
ল’ৰা ৰজাৰ আহােম নাম কি আছিল?

A. গােবৰ

B. চুজিনা

C. চুলিফা

D. চুডৈফা

Answer : Option C

View Answer

156.  
১৬৮০ খ্রীঃত শাস্তিৰ সন্মুখীন হৈ জেৰেঙা পথাৰত মৃত্যু বৰণ কৰা জয়মতী কুঁৱৰীৰ সময়ত অসমৰ ৰফুকন আছিল

A. লালুকসােলা বৰফুকন

B. লাচিত বৰফুকন

C. বদন বৰফুকন

D. বন্দৰ বৰফুকন

Answer : Option A

View Answer

157.  
১৬৮১ খ্রীঃত ৰজা হােৱা গদাপাণিয়ে হিন্দুমতে কি নাম লয়?

A. গােব

B. গদাধৰ সিংহ

C. ৰুদ্ৰসিংহ

D. শিৱসিংহ

Answer : Option B

View Answer

158.  
গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিল?

A. শুক্লেশ্বৰ

B. নৱগ্রহ

C. বশিষ্ঠ

D. উমানন্দ

Answer : Option D

View Answer

159.  
ধােদৰ আলি কোনজন ৰজাই সজাইছিল?

A. চক্ৰধ্বজ সিংহ

B. ৰাজেশ্বৰ সিংহ

C. গদাধৰ সিংহ

D. ৰুদ্ৰসিংহ

Answer : Option C

View Answer

160.  
আহােমসকলৰ সর্বশ্রেষ্ঠ শাসক কোন আছিল?

A. গদাধৰ সিংহ

B. ৰুদ্ৰসিংহ

C. শিৱসিংহ

D. গৌৰীনাথ সিংহ

Answer : Option B

View Answer