ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
131.
View Answer
কাফাই লগত অনা ভাঙৰীয়া বা মন্ত্রী দুগৰাকীৰ নাম আছি
A. বুঢ়াগােহাঁই আৰু গােহাঁই
B. ব্ৰগােহাঁই আৰু ফুল
C. বুঢ়াগােহাঁই আৰম
D. কুঢ়াগােহাঁই আৰু ব্ৰপাত্ৰ গােহাঁই
Answer : Option A
132.
কাফাৰ কিমান সত মৃত্যু হৈছিল?
133.
কাৰ ৰাজহ্বালৰ পৰা ব্রাহ্মণ্য ধর্মই আহােম ৰাজসভাত স্থান পায়?
134.
শৰীৰত উঠা উৎসব’ কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ হয়?
135.
বাণী কোঁৰ হিচাপে কোনজন আহােম ৰজা জনপ্রিয়?
136.
কোনজন আহােম ৰজাই হিন্দুমতে ‘স্বৰ্গনাৰায়ণ’ উপাধি লৈছিল?
137.
কোন ৰজাৰ দিনৰ পৰা আহােম ৰজাসকলে স্বৰ্গদেউ’ উপাধিৰে বিভূষিত হয়? (তেওঁৰ নাম দিহিঙীয়া ৰজাও আছিল)
138.
কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু ৰিক্খান উৎসৱ পালন কৰি সেই অঞ্চলৰ শাষনৰ দায়িত্ব শদিয়াখোয়া গোহাঞিক দিয়া হয়
139.
পাত্র গােহাঁই’ পদৰ সৃষ্টি কোনে কৰিছিল?
140.
View Answer
মূলাগাভৰু কাৰ পত্নী আছিল?
A. ফ্রাচেংমুং বৰগােহাঁই
B. কনচেং বৰপাত্ৰগোহাঁই
C. নুমলী বৰগােহাঁই
D. আতন বুঢ়াগােহাঁই
Answer : Option A