ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
121.
ভাস্কৰ বৰ্মাৰ আমন্ত্রণক্রমে কামৰূপলৈ অহা চীনা পরিব্রাজক কোন আছিল?
122.
হর্ষবর্ধনে আয়ােজন কৰা কোনখন মহাসভাত ভাস্কৰ বৰ্মাই সন্মানীয় অতিথি হিচাপে যােগদান কৰিছিল?
123.
কামৰূপৰ বিষয়ে টোকা লিখা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি?
124.
শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা আছিল
125.
শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানীৰ নাম আছিল
126.
View Answer
শালস্তম্ভ বংশৰ আটাইতকৈ পৰাক্ৰমী ৰজা কোন আছিল?
A. অৱন্তী কুমাৰ বা শালস্তম্ভ
B. হৰ্জৰ বৰ্মা বা হৰ্জৰ বৰ্মন
C. শ্রীহর্ষ বর্মা বা শ্রীহর্ষদেৱ বা শ্রীহর্ষ
D. বনমাল বর্মন বা
Answer : Option C
127.
কামৰূপৰ পাল বংশৰ প্রতিষ্ঠাতা কোন?
128.
View Answer
চুকাফাই ১২১৫ চনত উত্তৰ ব্ৰহ্মদেশৰ (বর্তমানৰ ম্যানমাৰ) মাওলুং ৰাজ্য এৰি আহোঁতে কিমান মানুহ অসমলৈ আহিছিল
A. ২০ জন সাবংশীয় লােক আৰু ২০,০০০ সৈন্য
B. ২০ জন সম্রান্ত বংশীয় লােক আৰু ১০,০০০ সৈন্য
C. ৮ জন সম্রান্ত বংশীয় লােক আৰু ৯,০০০ পুৰুষ-মহিলা
D. ৮ জন সম্রান্ত বংশীয় লােক আৰু ১২,০০০ পুৰুষ-মহিলা আৰু শিশু
Answer : Option C
129.
অসমত আহােম ৰাজত্ব কেতিয়াৰ পৰা আৰম্ভ হয়?
130.
চুকাফাই ৰাইদেউত মিন সত ৰাজধানী পাতিছিল?