ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
111.
অগ্নিগড় কোনে সজাইছিল ?
112.
ভীস্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল?
113.
ভীষ্মক ৰজাৰ জীয়েকৰ নাম আছিল
114.
ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকী আছিল
115.
View Answer
কামৰূপ জীয়ৰী অমৃতপ্রভাই কাশ্মীৰৰ ৰজা মেঘবাহনক স্বামীৰূপে বৰণ কৰাৰ কাহিনী তলৰ কেনিখন গ্ৰন্থত পোৱা যায়
A. কলহনৰ ৰাজতৰংগিনী
B. কালিদাসৰ মেঘদুত
C. কালিকা পুৰাণ
D. বিশাখাদত্তৰ মুদ্ৰাৰাক্ষস
Answer : Option A
116.
View Answer
পুন্দ্ৰবর্ধনত ২০৫ জন ব্রাহ্মণক মাটি দান কৰি অশ্বমেধ যজ্ঞ সমাপন কৰা বৰ্মন বংশৰ ৰজাজন আছিল
A. বল বর্মন
B. সুস্থিত বর্মন
C. ভুতি বর্মন বা মহাহুত বর্মন
D. ভাস্কৰ বৰ্মন
Answer : Option C
117.
View Answer
বর্মন বংশৰ সৰ্বশ্রেষ্ঠ ৰজাজন কোন আছিল?
A. বল বর্মন
B. মহাভূত বর্মন বা ভূতি বর্মন
C. সুপ্রতিষ্ঠিত বর্মন
D. ভাস্কৰ বৰ্মন
Answer : Option D
118.
ভাস্কৰ বৰ্মাই প্রচলন কৰা অব্দ বা চনটো কি আছিল?
119.
ভাস্কৰ বৰ্মাই উত্তৰ ভাৰতৰ ৰজা হর্ষবর্ধনৰ ওচৰলৈ পঠিওৱা কটকীজনৰ নাম আছিল
120.
View Answer
১৯২২ চনত শ্রীহট্ট জিলাৰ নিধানপুৰ গাঁৱত উদ্ধাৰ হােৱা নিধানপুৰ তামৰ ফলিখন কোনজন ৰজাই লিখাইছিল?
A. ভূতি বর্মন বা মহাভূত বর্মন
B. মহেন্দ্র বর্মন
C. ভাস্কৰ বৰ্মন
D. হৰ্ষৰ্ধন
Answer : Option C