ভাৰতীয় ইতিহাস (Indian History) MCQ MCQ
91.
প্রাচীন অসমৰ ক'ত ৰূপৰ উৎপাদন হৈছিল?
92.
প্রাচীন অসমৰ কোনটো জনগােষ্ঠীয়ে লাে-উৎপাদন পদ্ধতি জানিছিল?
93.
প্রাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি?
94.
তলৰ কোনখন ঠাই কামৰূপৰ নগৰ নাছিল?
95.
প্রাচীন কামৰূপৰ আর্য-অনার্য উভয়ৰে জনপ্রিয় উপাস্য দেৱতা কোন আছিল?
96.
View Answer
‘পৰিধান’ কি আছিল?
A. মহিলাই পিন্ধা পােচাক
B. পুৰুষে পিন্ধা পােচাক
C. মাছ ধৰা সঁজুলি
D. ন্দিৰত দান দিয়া কাপােৰ
Answer : Option B
97.
প্রাগ-ঐতিহাসিক যুগত অসমৰ নাম আছিল
98.
View Answer
কামৰূপ নামৰ মূল উৎস হ'ল
A. কণ্ডিল ৰাজ্যৰ পৰা
B. কামদেৱে পুনৰ ৰূপ বা আকাৰ লাভ কৰিছিল বাবে
C. কমতাৰ পৰা কামৰূপ
D. কামাখ্যাৰ পৰা কামৰূপ
Answer : Option B
99.
প্রাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল
100.
নৰকাসুৰে প্ৰতিষ্ঠা কৰা বশটোৰ নাম আছিল